01/03/2026
টিহুৰ অন্যতম কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান।
আই,এ,চি,এছ কম্পিউটাৰ টিহু
আমাৰ পাঠ্যক্ৰম সমূহ- BBC, DCA, TALLY, ADCA, PGDCA, SPOKEN ENGLISH
বিশেষ সা-সুবিধাসমূহ-
১) অভিজ্ঞ শিক্ষকৰ দ্বাৰা কম্পিউটাৰ শিক্ষা প্ৰদান।
২) দুখীয়া শিক্ষাৰ্থীৰ বাবে নামভৰ্তি আৰু মাহিলি মাচুলত বিশেষ ৰেহাই।
৩) দুখীয়া তথা মেধাৱী লৰা- ছোৱালীৰ বাবে বিশেষ স্কলাৰশ্বিপৰ সুবিধা।
৪) শিক্ষাৰ অন্তত সুবিধা অনুযায়ী নিযুক্তি প্ৰদানৰ বিশেষ ব্যৱস্থা।
নামভৰ্তিৰ বাবে যোগাযোগ নম্বৰ- ৮০১১৪৬৩৯৮৭,৮৪৮৬৩৮৩১৬৭
আমাৰ ঠিকনা- টিহু এপেক্স বেংকৰ সমীপত।