HEM'S CREATION

HEM'S CREATION Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from HEM'S CREATION, Printing Service, Tezpur.

A House of - DTP (Assamese, Bengali, English,Hindi, Sanskrit), Offset Printing, Screen Printing, Laser Printing, Photo Printing, Photo Lamination and Framming, Marriage invitation Cards, Visiting Cards, Photostat, Scanning, Polymer Stamp.

04/03/2019

১। পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়

২। মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়

৩। চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী

৪। সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে

৫। ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে

৬। আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে
৭। আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে

৮। জণ্ডিচ ৰোগত ভোগা ব্যক্তিৰ শাৰীৰিক দুৰ্বলতা নাশ কৰাৰ বাবে নেমু পৰম উপকাৰী ফল

৯। জিনৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময়ত নেমু অতি উপকাৰী

১০। ঘা আৰু চৰ্মৰোগ নিৰ্মূলত নেমুৰ ৰস, মিঠাতেল(সৰিয়হ)বা নাৰিকলৰ তেলৰ লগত মিহলাই লগালে সুফল পোৱা যায়

১১। নেমুত থকা ভিটামিন চিয়ে ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। এই ৰোগীয়ে প্ৰতিদিনৰ আহাৰত নিয়মীয়াকৈ নেমু খোৱা দৰকাৰ
১২। মেদবহুলতাৰ সমস্যা আঁতৰাই দেহৰ গঠন সুন্দৰ আৰু আটিল কৰিবলৈ পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি প্ৰতিদিনে খাব পাৰে
১৩। দেহৰ যিকোনো অংগত পৰা ক’লা দাগ নাইকিয়া কৰিবলৈ নেমুৰ ৰসৰ লগত মৌ মিহলাই একেৰাহে এমাহ লগাব লাগে

১৪। প্ৰতিদিনৰ আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়
১৫। একাপ দৈৰ লগত এটা নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দি ৩০ মিনিট সময় ৰাখিলে মুখৰ সৌন্দৰ্য বৃদ্ধিৰ উপৰি ছালখন শুকান হোৱাৰ পৰা ৰক্ষা পৰে
লেখক: ঘনশ্যাম দাস
উৎস – নিয়মীয়া বাৰ্তা
●●অনুগ্ৰহ কৰি Share কৰিব আৰু পেজটো লাইক কৰিব●●

07/12/2018

HEM'S CREATION
A House of :-
D. T. P. (Assamese, Bengali, Hindi, Sanskrit, Nepali, English)
Offset Printing ,
Screen Printing,
Flex Printing,
Photo Printing,
Photo Lamination and Framming,
Digital Mixing
Marriage Invitation Card,
Visiting Card,
Polymer Stamp
Photostat
Address:-
Barjhar Gaon, Tezpur

07/11/2018

Warm and heartfelt wishes this Diwali

27/06/2018

HEM'S CREATION, A House of Complete Printing Solution. OUR SERVICES ARE : D.T.P, OFFSET PRINTING, SCREEN PRINTING, LASER PRINTING, FLEX BANNER PRINTING, MARRIAGE INVITATION CARDS, VISITING CARDS, POLIMER STAMP, PHOTOSTATE, PHOTO PRINTING.

Address

Tezpur
784501

Opening Hours

Monday 9am - 9pm
Tuesday 9am - 9pm
Wednesday 9am - 9pm
Thursday 9am - 9pm
Friday 9am - 9pm
Saturday 9am - 9pm
Sunday 9am - 9pm

Website

Alerts

Be the first to know and let us send you an email when HEM'S CREATION posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share