B-Square Foundation

B-Square Foundation * Address *
Opposite SBI ATM
N.H 15 , Jamugurihat
Sonitpur
Assam - 784180

12/01/2026
08/01/2026
26/12/2025

12/12/2025

Hirakjyoti Hazarika

Offer ends in 2 days
23/10/2025

Offer ends in 2 days

  Hirak Hazarika Jamugurihat
13/10/2025

Hirak Hazarika Jamugurihat

Wishing you a day filled with happiness and celebration. Thank you for your hard work and dedication at the Diplonga Bra...
17/09/2025

Wishing you a day filled with happiness and celebration. Thank you for your hard work and dedication at the Diplonga Branch of Bsquare Foundation. May the year ahead be full of success and joy.
Happy Birthday Barnali

৫ জুলাই ২০২৫ তাৰিখে ভৰলীপৰীয়া কন‍্যকা বহুমুখী পামৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বি-স্কোৱেৰ ফাউণ্ডেচনৰ প্ৰমান-পত্ৰ বিতৰন আৰু দু...
05/08/2025

৫ জুলাই ২০২৫ তাৰিখে ভৰলীপৰীয়া কন‍্যকা বহুমুখী পামৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বি-স্কোৱেৰ ফাউণ্ডেচনৰ প্ৰমান-পত্ৰ বিতৰন আৰু দুখনকৈ আলোচনীৰ শুভ উন্মোচনী সভা অনুষ্ঠিত কৰা হৈছিল।সেই সভাত উপস্থিত আছিল জামুগুৰিহাটৰ তথা বৃহত্তৰ নদুৱাৰ অঞ্চলৰ যুব প্ৰজন্মৰ ব্যৱসায়ী নিৰজ নিশিম হাজৰিকা,জামুগুৰিহাটৰ তথা বৃহত্তৰ নদুৱাৰ অঞ্চলৰ পথ-পৰ্দশক স্বৰূপ সকলোৰে শ্ৰদ্ধাৰ জগত শইকীয়া ডাঙৰীয়া , বি-স্কোৱেৰ ফাউণ্ডেচনৰ উপদেষ্টা অৰুন হাজৰিকা ডাঙৰীয়া , মোৰ একালৰ শিক্ষয়িত্ৰী তথা‌ জামুগুৰি পৌৰসভা ৰ অধ্যক্ষা পল্লৱীতা শৰ্মা‌ মহন্ত ডাঙৰীয়ানিৰ সমন্বিতে বৃহত্তৰ নদুৱাৰ অঞ্চলৰ বহু বিশিষ্ট ব‍্যক্তি ।

আমাৰ উদ্দেশ্য হ'ল কম খৰচত বি-স্কোৱেৰ ফাউণ্ডেচনৰ যি ছয়টা শাখা আছে আৰু তাৰ মুখ‍্য কাৰ্য‍্যলয় হ'ল আমাৰ আপোন জামুগুৰিহাটত , ই আমাৰ গাঁৱলীয়া তথা আমাৰ স্থানীয় ছাত্ৰ-ছাত্ৰীক যথেষ্ট লাভাম্বিত কৰা আৰু তেওঁলোকে কাৰীকৰী শিক্ষা অৰ্থাৎ কম্পিউতাৰৰ শিক্ষা গ্ৰহণ কৰিবলৈ দূৰলৈ যোৱাৰ পৰিৰ্বতে নিজৰ ঘৰৰ ওচৰতে শিক্ষা গ্ৰহণ কৰা ।

এই সুযোগতে মই ভৰলীপৰীয়া কন‍্যকা বহুমুখী পামৰ সকলো কাৰ্যকৰ্তাক শলাগ লৈছো কাৰণ বি-স্কোৱেৰ ফাউণ্ডেচনে বৃহত্তৰ নদুৱাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক কাৰিকৰী দিশত হে আগবাঢ়ি যোৱাত সহায় কৰে কিন্তু ভৰলীপৰীয়া কন‍্যকা বহুমুখী পামে আমাৰ এই বৃহত্তৰ নদুৱাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক সমাজ ত প্ৰতিষ্ঠিত হব পৰাকৈ যোগ্যতা অনুসৰি কৰ্ম সংস্থাপন হোৱাত সহায় কৰি তুলিছে, লগতে বিগত বৰ্ষত কন্যাকা কচিং ইনষ্টিটিউট ৰ জৰিয়তে বৃহত্তৰ নদুৱাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰতিযোগিতামূলক পৰীক্ষাত আগুৱাই যোৱাৰ এক পথ মুকলি কৰি তুলিছে ।

শেষত, আমাৰ প্ৰতিষ্ঠান ৰ জন্ম লগ্নৰ পৰা সকলো কাৰ্যসূচী প্ৰচাৰ কৰি আমাক সমৰ্থন জনোৱাৰ বাবে কন্যকা লাইভ টিমলৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সহযোগিতাই আমাৰ কামক আৰু অধিক গতি প্ৰদান কৰিছে।

সকলোৰে সহযোগিতা আৰু সমৰ্থনৰ বাবে ধন্যবাদ।

Address

N. H/15, OPP SBI ATM , JAMUGURIHAT
Tezpur
784180

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Friday 9am - 7pm
Saturday 9am - 7pm

Telephone

+919101324090

Alerts

Be the first to know and let us send you an email when B-Square Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to B-Square Foundation:

Share