28/07/2025
আজি ইং ২৮/৭/২৫ তাৰিখে TICS বামুন্দী কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থা, বামুন্দী শাখা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তা(Artificial intelligence )আৰু ৰ'বটিক (Robotics) ওপৰত বিনামূলীয়াকৈ গ্ৰীষ্মকালীন প্ৰশিক্ষণৰ আৰম্ভণি অনুস্থানৰ কিছু দৃশ্য।
Tics Bamundi Computer Education Institute
Sanjay Nath
Tics Bamundi
TICS Computer Education.