Being Sorbhog

Being Sorbhog Sorbhog is located at 26.50°N 90.87°E.[1] It has an average elevation of 50 m (160 ft).

05/05/2026

নোপোৱাৰ বেদনা....

Manoranjan Talukdar

05/04/2026

আটচা এইয়ে #ৱাতাৰলু 😂

২১ নং ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাটাঝাৰত চি.পি.আই (এম) দলৰ সভাত মাৰপিটৰ ঘটনা ।

২১ নং ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত চি.পি.আই (এম) দলৰ নেত্ৰী বৃন্দা কাৰাটৰ ভাষণ চলি থকাতে চিপিআই (এম) আৰু কংগ্ৰেছৰ সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা ।

আজি ভাৰতীয় জনতা যুৱ মৰ্চা বৰপেটা জিলাৰ উদ্যোগত ২১ নং ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমুৰীয়া গাওঁত NDA মিত্ৰজো...
03/04/2026

আজি ভাৰতীয় জনতা যুৱ মৰ্চা বৰপেটা জিলাৰ উদ্যোগত ২১ নং ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমুৰীয়া গাওঁত NDA মিত্ৰজোটৰ প্ৰাৰ্থী মাননীয় ৰণজিৎ কুমাৰ দাসৰ হৈ ঘৰ ঘৰ সম্পৰ্ক অভিযান আৰম্ভ কৰা হয় । উক্ত অভিযান কালত অহা ৯ এপ্ৰিল তাৰিখে ভোটদান কেন্দ্ৰত গৈ NDA প্ৰাৰ্থী Ranjeet Kumar Dass ডাঙৰীয়াৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনোৱা হয় ।

03/04/2026

যোৱাকালি ২১ নং ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত হাউলী অঞ্চলত এটি আজৱ ঘটনা সংঘটিত হ’ল । হাউলীৰ শ্বহীদ মধু বৈশ্য পথত চি.পি.আই (এম) দলৰ এটি দলে সমৰ্থিত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল । কি লতি ঘটি হ’ল আপোনালোকে শেষলৈ চাওঁক...

আজি বৰনগৰ প্ৰাক্তন সৈনিক সন্থা, সৰভোগৰ এটি সজাতি দলে ২১ নং ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুপেটা, গোমুৰা আদি ...
01/04/2026

আজি বৰনগৰ প্ৰাক্তন সৈনিক সন্থা, সৰভোগৰ এটি সজাতি দলে ২১ নং ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰুপেটা, গোমুৰা আদি অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায় ।

বৰনগৰ প্ৰাক্তন সৈনিক সন্থা সৰভোগৰ তৰফৰ পৰা ২১ নং ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ NDA মিত্ৰজোটৰ সপক্ষে ভোটদান কৰি বিপুল ভোটত শ্ৰদ্ধাৰ Ranjeet Kumar Dass দেৱক জয়যুক্ত কৰাৰ বাবে আহ্বান জনায় ।

নিশ্চিতভাৱে

BJP Assam Pradesh Dilip Saikia Himanta Biswa Sarma

31/03/2026

মিত্ৰজোটৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে আজি বেকী পাৰ বজাৰত নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল । গাওঁবাসীয়ে ঘেৰি ধৰি ৫ বছৰ বিধায়ক হিচাপে জবাবদিহি কৰিলে মিত্ৰজোটৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক ।

অভিযোগ অনুসৰি মনোৰঞ্জন তালুকদাৰে বিধায়ক হোৱাৰ পিছত এদিনো ভোটাৰ ৰাইজৰ খবৰ লোৱা নাই । পৰৱৰ্তী সময়ত গাওঁবাসীয়ে মনোৰঞ্জন তালুকদাৰ গো-বেক ধ্বনি দিয়ে ।

BJP Assam Pradesh Dilip Saikia Himanta Biswa Sarma
Indian National Congress - Assam Gaurav Gogoi

📍বৰনগৰ মণ্ডলআজি ভাৰতীয় জনতা পাৰ্টি বৰনগৰ মণ্ডল কাৰ্যালয়ত মণ্ডল সভাপতি বিপুল তালুকদাৰ ডাঙৰীয়াৰ সভাপতিত্বত এখনি "বুথ সংযোজ...
17/03/2026

📍বৰনগৰ মণ্ডল

আজি ভাৰতীয় জনতা পাৰ্টি বৰনগৰ মণ্ডল কাৰ্যালয়ত মণ্ডল সভাপতি বিপুল তালুকদাৰ ডাঙৰীয়াৰ সভাপতিত্বত এখনি "বুথ সংযোজক সভা" অনুষ্ঠিত হৈ যায় । উক্ত সভাত বক্তা হিচাপে হিচাপে উপস্থিত থাকে ২১ নং ভৱানিপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ প্ৰভাৰী দুলাল দাস ডাঙৰীয়া আৰু আঞ্চলিক পঞ্চায়তৰ সভাপতি অৰবিন্দ বৰ্মন ডাঙৰীয়া । বৈঠকত মণ্ডলৰ অন্তৰ্গত ৮২ টা বুথৰ সংযোজকসকল উপস্থিত থাকে । বৈঠকত প্ৰভাৰী দুলাল দাস ডাঙৰীয়াই আগন্তক বিধানসভা নিৰ্বাচনত বুথ সংযোজকসকলৰ কৰণীয় বিষয়ৰ ওপৰত আলোকপাত কৰে ।

ভৱানীপুৰ-সৰভোগ সমষ্টিৰ অন্তৰ্গত ৩১৯ জন ৰোগাক্ৰান্ত ব্যক্তিৰ মাজত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ৫০ লাখ টকাৰ চেক বিতৰন কৰে জ...
09/03/2026

ভৱানীপুৰ-সৰভোগ সমষ্টিৰ অন্তৰ্গত ৩১৯ জন ৰোগাক্ৰান্ত ব্যক্তিৰ মাজত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ৫০ লাখ টকাৰ চেক বিতৰন কৰে জেষ্ঠ কেবিনেট মন্ত্ৰী সন্মানীয় Ranjeet Kumar Dass দেৱে ৷

এজন ৰোগীৰ পৰিয়ালেহে জানে, বুজি পায় এই অনুদানৰ উচিৎ মুল্য । ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ এইজন সদাব্যস্ত জনসেৱকলৈ সশ্ৰদ্ধ প্ৰণাম 🙏

সৰভোগবাসী ৰাইজৰ বাবে সদাব্যস্ত এজন জননেতা Ranjeet Kumar Dass
09/03/2026

সৰভোগবাসী ৰাইজৰ বাবে সদাব্যস্ত এজন জননেতা Ranjeet Kumar Dass

আজি ভাৰতীয় জনতা পার্টি চকচকা মণ্ডলৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চা, চক্‌চকা মণ্ডলৰ সহযোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান...
30/06/2024

আজি ভাৰতীয় জনতা পার্টি চকচকা মণ্ডলৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চা, চক্‌চকা মণ্ডলৰ সহযোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৫ শতাংশৰ উৰ্দ্ধত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলক সম্বর্ধনা জনোৱা হয় ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ জেষ্ঠ কেবিনেট মন্ত্ৰী তথা ৪০ নং সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত ৰঞ্জিৎ কুমাৰ দাস দেৱৰ লগতে বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বীৰেন চক্ৰৱৰ্তী দেৱ, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক কোষাধ্যক্ষ বিদ্যুৎ বিকাশ বৈশ্য দেৱ |

Address

Sorbhog

Opening Hours

Monday 9am - 6pm
Tuesday 9am - 6pm
Wednesday 9am - 6pm
Thursday 9am - 6pm
Friday 9am - 6pm
Saturday 9am - 6pm

Telephone

+919101456619

Website

Alerts

Be the first to know and let us send you an email when Being Sorbhog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Being Sorbhog:

Share