12/03/2023
কেতিয়াও সপোনত হলেও ভাবিছে নেকি আপুনি , যে এটা ফ্ৰী ল্যাপটপ💻 নাইবা কম্পিউটাৰ 🖥️ পাব। 💥 কিন্তু এই অবিশ্বাস্য সপোন পূৰণ কৰিবলৈ *EAIT Sapatgram Computer Center* এ সকলো চুৰান্ত বৰ্ষৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীলৈ (২০২৩) আনিছে এটা বিশেষ সুযোগ । 💥এবছৰীয়া কোৰছ কৰিলে ছাত্ৰ ছাত্ৰী সকলে লাভ কৰিব এখনকৈ *বিনামূলীয়া কম্পিউটাৰ* 💥।হয়,ঠিকে পঢ়িছে আপুনি আপুনিও পাব পাৰে এই সুযোগ।গতিকে অতি সোনকালে উক্ত নম্বৰত যোগাযোগ কৰক।