28/07/2024
ABC SKILL Development Council, Bholabori ৰ দ্বাৰা 2023-24 বৰ্ষৰ শিক্ষাৰ্থী সকলৰ ফাইনেল পৰীক্ষা আজি অনুষ্ঠিত কৰা হয় । উক্ত সময় খিনিত উপস্থিত থাকি সহায় কৰা Tarun Saikia (Chairman) আৰু Jyoti Hazarika (Branch Director) ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।।