ツツRadio Love mixツツ

ツツRadio Love mixツツ This is a fun page u enjoy it alot's of fun...we r share any masala update, songs, video,news, joke,

Its true...
17/03/2017

Its true...

29/06/2016

তিনিঘণ্টা জুৰি মোৰ মৃতদেহটো ওলমি আছে মোৰ কোঠাৰ চিলিং ফেনত ।
পুৱা সাত বাজি গল । মা দেউতা উঠি চাহ খালে। হয় মই সকলো দেখি আছোঁ । মা দুৱাৰৰ কাষলৈ আহি লকটো ঘূৰাই চাইছে। ভিতৰৰ পৰা বন্ধ দেখি আঁতৰি গৈছে। ভাবিছে , ৰাতিৰ খঙ কমাই নাই চাগৈ, দেৰিলৈকে শুই আছে । মা বাথৰূমৰ পৰা ওলাই আহি আকৌ দুৱাৰৰ লকটো ঘূৰালে। মুখেৰে ভোৰভোৰালে , ইমান দেৰিলৈকে শুই থাকিব লাগেনে !! ডাইনিং টেবুলৰ চকী খনত বহি দেউতাই পেপাৰ পঢ়ি আছে । মা গৈ ওচৰতে বহি দেউতাক বকিবলৈ ধৰিছে। আপুনিনো কালি কিয় বৰুৱাৰ লৰাটোৰ ইমান গুণ গাব লাগে ? সকলোৰে লৰাই A গ্ৰেড পাইছে নে কিবা ! আমাৰ ই নাপালে নাই, সেইবুলি তাক এনেকৈ কব নালাগে নহয় । দেউতাই মাক বহুত খং কৰিব বুলি ভাবিছিলোঁ , পিছে নাই , দেউতাই লাহে লাহে কলে -- হব দিয়া , কিবা এটা পঢ়িলেই হল। আজিকালি ডাক্টৰ- Engg, পঢ়িলেও চাকৰি নাই দেখোন। ডিগ্ৰী এটা ললে কিবা এটা কৰি খাব পাৰিব। হব দিয়া , মই চিন্তা কৰা নাই সেইবোৰ। দেউতাৰ কথা শুনি মই আচৰিত হলো। দেউতাচোন মই ভবা ধৰণৰ নহয় দেখোন । ইমান ভাল মোৰ দেউতা। A plus নাপাই গোটেই ৰাতি ভাত পানী নোখোৱাকৈ মই এনেয়ে কান্দি কান্দি চকু ফুলালোঁ । আচলতে কোনেও কখাটো ইমান চিৰিয়াচলি লোৱাই নাই । মোৰ দুখ লাগিল। কি ভুল কৰিলোঁ মই ! ভণ্টি কলেজলৈ বুলি ৰেডি হৈছে । তাই মাজতে এবাৰ কৈ গল , আমাৰ মহাৰাজ উঠাই নাই নেকি ? মাক আৰু কৈছে -- দাদাক কবি , ১২বজাত মোক লৈ আহিব কলেজৰ পৰা, কাকতিহতৰ ডাঙৰটোৱে মোক সদায় দিগদাৰ কৰি থাকে , এসেকা দিব লাগিব আজি তাক।" তাইৰ কথা শুনি মই উত্তেজিত হৈ উঠিলো হাতখনেৰে ডিঙিৰ ৰছী ডাল খুলিব খুজিলো । পিছে নিঠৰ হাতখন মই লৰচৰেই কৰিব নোৱাৰিলো । মই বুজিলো , কিমান ভুল হৈ গল মোৰ , তাই কাৰ লগত কাজিয়া কৰিব, কাৰ লগত বজাৰলৈ যাব , কোনে তাইক বান্ধৱীৰ ঘৰত থৈ আহিব ? নতুনকৈ কলেজলৈ যোৱা ভণ্টি গেটখন খুলি ৰাস্তাত উঠিল। মই দেখি আছোঁ । তাইক কোনোবাই কিবা কৰিলেও মই এতিয়া একো কব নোৱাৰো । এই মূহূৰ্তত বন্ধু আকাশ বিৰাজহতে কি plan কৰি আছে , তাকো মই জানিব পাৰিলোঁ ।গোটেই কেইজন আহিব একেলগে । মোক Kfc লৈ নি surprise দিব । মোৰ মনটো ভাল লগাবৰ বাবে সিহঁতে ISL ৰ টিকটৰ বাবেও চেষ্টা কৰি আছে। মই আচৰিত হলো , মানুহবোৰ ইমান ভাল । ইমান ধুনীয়া এই পৃথিৱীখন । আৰুতো ঘূৰাই নাপাওঁ এই জীৱনটো ! মই আগতে কিয় নুবুজিলো !!
মা আকৌ দুৱাৰৰ ওচৰলৈ আহিল। সৰু সৰু কৈ কলে -' বাবা উঠ । দুৱাৰখন খুলি দে । তোক আৰু কোনোদিন খং নকৰোঁ । ৮বাজি গল । উঠি আহ সোনটো। মুখ হাত ধো । তই ভালপোৱা লুচি আৰু আলুভাজি বনাইছোঁ। আহ বাবা আহ । " মই বাছি থকা হলে ইমান পৰে মাৰ ডিঙিত ধৰি কান্দি থাকিলোহেঁতেন। এতিয়া পিছে কান্দিবও নোৱাৰো। দুৱাৰ নোখোলা বাবে দেউতাৰো চিন্তা হবলৈ ধৰিলে । দুৱাৰখন অলপ জোৰেৰে হেঁচি দিলে।কেইদিনমান আগতে laptop এটা লাগে বুলি কওঁতে দেউতাই A plus পালেহে লেপটপ পাবি বুলি কোৱা দেউতাই দেখোন দুদিন আগতেই লাপটোপটো কিনি আলমাৰিত থৈ দিছিল । তাৰমানে মই A plus নাপালেও কথা নাছিল । কথাটো মই আগতে নাজানিলোঁ কিয় ? সেইয়া দেউতাই লাপটোপটো টেবুলত থৈ মোক বাৰে বাৰে দুৱাৰ খন খুলিবলৈ কৈ আছে । " দৰ্জা খন নোখোল কিয় ? কি হৈছে তোৰ ? মই বস্তু এটা আনি থৈছোঁ তোৰ বাবে । " দেউতাই তেনেকৈ কোৱা দেখি মায়ো যোগ দিলে "বাবা , দৰ্জাখন খুলি দে , দেউতাৰে তোৰ বাবে কি আনিছে চাচোন। বাবাঅ ... , অ বাবা ... " । সেয়া দেউতাহত বেছিকৈ অধৈৰ্য হৈ পৰিছে ক্ৰমান্নয়ে । । দুয়ো ভয়তে কঁপিবলৈ আৰম্ভ কৰিছে । মা কান্দি কান্দি বিচনাত পৰিছেগৈ । দেউতাই ধৈৰ্য হেৰুৱাই পেলাইছে। জোৰে জোৰে দুৱাৰখনত ঢকিয়াইছে। মই কবলৈ চেষ্টা কৰিছোঁ -- নূখুলিবা দুৱাৰখন। কোনোদিনে এই দুৱাৰখন খুলিবলৈ চেষ্টা নকৰিবা...... মোৰ মা মোৰ দেউতা , ভণ্টি মই এয়া কি কৰি পেলালোঁ , মই তোমালোকৰ কথা কিয় এবাৰো নাভাবিলোঁ .. আঁতৰি যোৱা দুৱাৰখনৰ কাষৰ পৰা , নুখুলিবা এই দুৱাৰখন কোনোদিনে ...
( এটা বেঙ্গলী গল্পৰ ভাবনুবাদ )
copied

27/09/2015
If I were a tree, I would have no reason to love a human.
16/09/2015

If I were a tree, I would have no reason to love a human.

23/09/2014

Gud evng guyzzz....

Guys. Acordng 2 u.which..brand is better..!Hp or dell..!?
14/09/2014

Guys. Acordng 2 u.which..brand is better..!
Hp or dell..!?

Guess who...??????????
25/08/2014

Guess who...????

???

??

?

20/08/2014

পিংকিৰ প্ৰাৰ্থনা

'পিংকিয়ে মন্দিৰলৈ গৈ ভগৱানক প্ৰাৰ্থনা কৰিছে.: - "হে ভগৱান, কোনোবা বুদ্ধিমান ল'ৰা এটাক মোৰ প্ৰেমিক হিচাপে দিয়া।"

ভগৱান: - ঘৰলৈ যোৱাগৈ মাজনি, কাৰণণ বুদ্ধিমান ল'ৰাৰ প্ৰেমিকা নাথাকে...."

Address

Namrup
786623

Alerts

Be the first to know and let us send you an email when ツツRadio Love mixツツ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share