Rajeev Gandhi Institute of Computer & Skill Development

Rajeev Gandhi Institute of Computer & Skill Development A Place of Information Technology and Skill Development. Indian Talent + Information Technology = India Tomorrow. ( IT + IT = IT )

আমি আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা মিছনৰ নলবাৰী জিলাৰ একমাত্ৰ শাখা ৰাজীৱ গান্ধী ইন...
04/02/2019

আমি আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা মিছনৰ নলবাৰী জিলাৰ একমাত্ৰ শাখা ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ কম্পিউটাৰ এণ্ড স্কিল ডেভেল'পমেন্ট, বৰকুৰিহাত Pradhan Mantri Gramin Digital Saksharta Abhiyan ( PMGDISHA)ৰ উদ্যোগত কম্পিউটাৰ তথা তথ্য-প্ৰযুক্তি সম্পৰ্কীয় স্ব-নিয়োজন / কৰ্ম-সংস্থাপনমূলক বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ ইচ্ছুক প্ৰশিক্ষাৰ্থীয়ে নামভৰ্তি তথা বিশদ বিৱৰণৰ বাবে আমাৰ কেন্দ্ৰৰ লগত যোগাযোগ কৰক ৷

বয়স: ১৪ৰ পৰা ৬০ বছৰলৈ ৷

আমাৰ ঠিকনা:
ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ কম্পিউটাৰ এণ্ড স্কিল ডেভেল'পমেন্ট,
বৰকুৰিহা বজাৰ চ'ক,
হাজো নলবাৰী পথ,
নলবাৰী, অসম-৭৮১৩৪৮
ভ্ৰাম্যভাষ- ৮৬৩৮৭৮৮৪৪৩

নৱবৰ্ষৰ প্ৰীতি আৰু শুভেচ্ছা গ্ৰহণ কৰিব ৷৷আমি আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা মিছনৰ ...
01/01/2016

নৱবৰ্ষৰ প্ৰীতি আৰু শুভেচ্ছা গ্ৰহণ কৰিব ৷৷
আমি আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে ৰাজীৱ গান্ধী কম্পিউটাৰ সাক্ষৰতা মিছনৰ নলবাৰী জিলাৰ একমাত্ৰ শাখা ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ কম্পিউটাৰ এণ্ড স্কিল ডেভেল'পমেন্ট, বৰকুৰিহাত ভাৰত চৰকাৰৰ সুক্ষ্ম, লঘু আৰু মধ্যম উদ্যোগ মন্ত্ৰণালয় (MSME)ৰ অনুমোদিত কম্পিউটাৰ তথা তথ্য-প্ৰযুক্তি সম্পৰ্কীয় বিভিন্ন স্ব-নিয়োজন / কৰ্ম-সংস্থাপনমূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷৷ আসন সীমিত, সেয়েহে ইচ্ছুক প্ৰশিক্ষাৰ্থীয়ে নামভৰ্তি তথা বিশদ বিৱৰণৰ বাবে আজিয়ে আমাৰ কেন্দ্ৰৰ লগত যোগাযোগ কৰক ৷৷

আমাৰ ঠিকনা:
ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ কম্পিউটাৰ এণ্ড স্কিল ডেভেল'পমেন্ট,
বৰকুৰিহা বজাৰ চ'ক,
হাজো নলবাৰী পথ,
নলবাৰী, অসম-৭৮১৩৪৮

যোৱাকালি (২৭ চেপ্তেম্বৰ)ৰ নিয়মীয়া বাৰ্তাত প্ৰকাশ পোৱা অন্য এক প্ৰতিবেদন ৷৷৷ আমাৰ লক্ষ্য বৰকুৰিহাৰ সমুহ ছাত্ৰ-ছাত্ৰীক বৰ্...
28/09/2015

যোৱাকালি (২৭ চেপ্তেম্বৰ)ৰ নিয়মীয়া বাৰ্তাত প্ৰকাশ পোৱা অন্য এক প্ৰতিবেদন ৷৷৷ আমাৰ লক্ষ্য বৰকুৰিহাৰ সমুহ ছাত্ৰ-ছাত্ৰীক বৰ্তমান তথ্য-প্ৰযুক্তিৰ শিক্ষাৰে শিক্ষিত কৰি শিক্ষাগত মানদণ্ড উন্নত কৰা ৷৷৷ সেয়েহে সমুহ ৰাইজৰ সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছো ৷৷৷

27/09/2015
যোৱা ২০ চেপ্তেম্বৰ, ৰবিবাৰে অনুষ্ঠিত কৰা বৰ্তমান তথ্য-প্ৰযুক্তিৰ বহুল ব্যৱহাৰ আৰু পৰিসৰ সম্বন্ধে সজাগতা সভাৰ এক প্ৰতিবেদ...
25/09/2015

যোৱা ২০ চেপ্তেম্বৰ, ৰবিবাৰে অনুষ্ঠিত কৰা বৰ্তমান তথ্য-প্ৰযুক্তিৰ বহুল ব্যৱহাৰ আৰু পৰিসৰ সম্বন্ধে সজাগতা সভাৰ এক প্ৰতিবেদন আজিৰ দৈনিক অসম বাতৰি কাকতত প্ৰকাশ পায় ৷৷ গ্ৰাম্যাঞ্চলৰ উন্নতিৰ লক্ষ্য আগত ৰাখি এয়া আমাৰ প্ৰথম পদক্ষেপ ৷৷ ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনাগত সময়ত আপোনালোক সকলোৰে সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো ৷৷ ধন্যবাদ ৷৷৷

24/09/2015
সকলোৰে উপস্থিতি আৰু সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো ৷৷৷
05/09/2015

সকলোৰে উপস্থিতি আৰু সহায়-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলো ৷৷৷

20/08/2015

The Business Process Management sector is headed towards rapid growth over the next decade. Transformation and new services are expected to reset the Business Process Management landscape globally, with business models increasingly blending integrated technology optimised services.

18/08/2015
02/08/2015

Address

Hajo Nalbari Road
Nalbari
781348

Alerts

Be the first to know and let us send you an email when Rajeev Gandhi Institute of Computer & Skill Development posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share