07/09/2025
তৃতীয় বাৰ্ষিক সদৌ অসম ভিতিক দিবা-নৈশ আমন্ত্ৰণমূলক কাবাডী প্ৰতিযোগিতা খনৰ সমিতিলৈ আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।
আজি আমন্ত্ৰণমূলক কাবাডী প্ৰতিযোগিতা খনত মুৰুলী ইলেকট্ৰনিকছৰ ফালৰ পৰা স্পন্সাৰ কৰা (KPC) টিমটোৰ বাবে তেখেতসকলৰ অফিচিয়েল জাৰ্ছিৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ল।