Gurukul Computer Academy, Adabari

Gurukul Computer Academy, Adabari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gurukul Computer Academy, Adabari, Computer training school, Adabari, Nalbari.

21/10/2025

সংকীৰ্তন। আমাৰ একাডেমী ৰ সন্মুখত।

21/10/2025
21/10/2025

সুপ্ৰভাত

জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আমাৰ নলবাৰী জিলাৰ আদাবাৰী গাঁওৰ বাঘেশ্বৰী চʼক (গণেশ মাৰ্কেট) ত আজিও ৰাজহুৱা...
20/10/2025

জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আমাৰ নলবাৰী জিলাৰ আদাবাৰী গাঁওৰ বাঘেশ্বৰী চʼক (গণেশ মাৰ্কেট) ত আজিও ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি আয়োজন কৰা হয় লগতে সমুহীয়াকৈ দিপাৱলী উৎসৱ পালন কৰি তিনিটাকৈ সংকীৰ্তন দল আমন্ত্ৰণ কৰা হয়।এই ছেগতে সমুহ অসমবাসীলৈ আমাৰ গুৰুকুল কম্পিউটাৰ একাডেমী ৰ তৰফৰ পৰা দিপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে আমাৰ জুবিন দাই যাতে ন্যায় পাই ভগৱান ৰ ওচৰত তাকে কামনা কৰিছোঁ।

Computer Academy, Adabari Branch
.
Happy Diwali 🪔🪔

জুবিন দা বিহীন প্ৰথমটো দিপাৱলী। কোনো ধৰণৰ উৎসাহ-উদ্দীপনা নাই। তথাপিও আমাৰ একাডেমীত এই চাকিগছ জ্বলাই ভগৱানৰ ওচৰত এটি সেৱা...
20/10/2025

জুবিন দা বিহীন প্ৰথমটো দিপাৱলী। কোনো ধৰণৰ উৎসাহ-উদ্দীপনা নাই। তথাপিও আমাৰ একাডেমীত এই চাকিগছ জ্বলাই ভগৱানৰ ওচৰত এটি সেৱা জনাইছোঁ। ভালে থাকক সকলোৱে। লগতে সকলোকে পোহৰৰ উৎসৱ দিপাৱলী ৰ শুভেচ্ছা জনালোঁ।
Happy Diwali 🎇🪔
Computer Academy . #
Adabari.(Ganesh Market)

মানি ল'ব পৰা নাই আপোনাৰ মৃত্যু।নোৱাৰো বিদায় দিব,স্তব্ধ হৈ পৰিছো।ইমান সোনকালেই এৰি যায় নে আমাক । বহুত পাব লগা আছিল আপোন...
21/09/2025

মানি ল'ব পৰা নাই আপোনাৰ মৃত্যু।নোৱাৰো বিদায় দিব,স্তব্ধ হৈ পৰিছো।ইমান সোনকালেই এৰি যায় নে আমাক । বহুত পাব লগা আছিল আপোনাৰ পৰা 😭😭 ভালে থাকক য'তেই থাকে। বহুত আমনি কৰিব আপোনাৰ স্মৃতিয়ে।সজতনে ৰাখিম হিয়াৰ কোণত।
দাদাৰ আত্মাৰ চিৰশান্তি ৰ‌ কামনাৰে আজিও আমাৰ গাঁৱত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰো।
ঔঁম শান্তি...
কোনো সতে গুণগুণাও
"মায়াবিনী ৰাতিৰ বুকুত".............

এক মানিব নোৱাৰা সত্য, যে দাদা আৰু আমাৰ মাজত নাই।বুকুখন বৰকৈ বিষায় এনেকৈ শুনিলে। হঠাৎ যেন অমানিশা নামি আহিল। কোনো সতে বি...
20/09/2025

এক মানিব নোৱাৰা সত্য, যে দাদা আৰু আমাৰ মাজত নাই।বুকুখন বৰকৈ বিষায় এনেকৈ শুনিলে। হঠাৎ যেন অমানিশা নামি আহিল। কোনো সতে বিদায় দিওঁ আপোনাক।জনা হোৱাৰ পৰা ভালপোৱা গায়ক কোন বুলি সুধিলে কেৱল আপোনাৰ নাম।আজি আৰু আপুনিয়েই সমগ্ৰ বিশ্বক কন্দুৱাই গুচি গল। ভালে থাকক তাতেই,তাৰ পৰাই আমাক চাই থাকিব।।

(তেখেতৰ আত্মাৰ চিৰ শান্তিৰ বাবেই গুৰুকুল কম্পিউটাৰ একাডেমী আদাবাৰী শাখাত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়)
ঔম শান্তি
ঔম শান্তি
ঔম শান্তি
শেষত......
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালো তুমাৰ ছবি..........

অধ্যয়ন কৰি থকা সময়ত আমাৰ কেইজনমান ছাত্ৰ।গুৰুকুল কম্পিউটাৰ একাডেমী আদাবাৰী (গণেশ মাৰ্কেট)
06/09/2025

অধ্যয়ন কৰি থকা সময়ত আমাৰ কেইজনমান ছাত্ৰ।
গুৰুকুল কম্পিউটাৰ একাডেমী
আদাবাৰী (গণেশ মাৰ্কেট)

ধন্যবাদ।
06/09/2025

ধন্যবাদ।

পোনপ্ৰথমে সকলোকে ধন্যবাদ যাচিছো। তোমালোকৰ এই নিভাজ মৰমে মোক আৰু প্ৰেৰণা যোগাব, নিজে যিখিনি জানো শিক্ষক হিচাপে তোমালোকক ও...
06/09/2025

পোনপ্ৰথমে সকলোকে ধন্যবাদ যাচিছো। তোমালোকৰ এই নিভাজ মৰমে মোক আৰু প্ৰেৰণা যোগাব, নিজে যিখিনি জানো শিক্ষক হিচাপে তোমালোকক ও সেইখিনি শিকাবলৈ সদায় চেষ্টা কৰিম। ভালে থাকা সকলোৱে লগতে এজন ভাল মানুহ হোৱা, ভালদৰে নিজৰ জীৱন গঢ়া।

Address

Adabari
Nalbari

Website

Alerts

Be the first to know and let us send you an email when Gurukul Computer Academy, Adabari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share