05/09/2025
শিক্ষক দিৱসৰ এই বিশেষ দিনটোত তোমালোকৰ পৰা পোৱা মৰম, সন্মান আৰু উপহাৰৰ বাবে হৃদয়ৰ গভীৰৰ পৰা বহুত বহুত ধন্যবাদ! 🙏 তোমালোকৰ এই ভালপোৱাই আমাক সদায় নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। তোমালোক সকলোৱে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আগুৱাই যাওক, উজ্জ্বল ভৱিষ্যত গঢ়ি তুলি সফলতাৰ শিখৰত উপনীত হোৱাৰ হিয়াৰ পৰা শুভকামনা জনালোঁ! 🌟
#শিক্ষকদিৱস