Indian First News

Indian First News সত্য আৰু নিৰপেক্ষতাৰে বাতৰি সম্প্ৰচাৰ কৰাই হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য।

17/03/2026

✨ধিঙত অসম গণ ৰ্যপৰিষদৰ প্ৰাৰ্থীত্বৰ দৌৰত ৰিজাউল হক
✨সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ জনতা
✨বৃদ্ধৰ পৰা যুৱকলৈকে বৰ্তমান এটাই চৰ্চা সেয়া হৈছে ৰিজাউল হক

06/03/2026

ধিঙত এক প্ৰকাৰৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৱাৰ হুছেইন ফাৰুকী নিশ্চিত।

ধিঙৰ সকলো ৰাইজৰ মুখে মুখে মনোৱাৰ হুছেইনৰ নাম।।

06/02/2026

শিৱসাগৰৰ মিঞা খেদা অভিযানক লৈ সৰৱ AIUDF

02/02/2026

ৰূপহীহাট সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীত্ব বিচাৰি কেইবাজনো সংখ্যালঘু নেতাই কুচ কাৱাজ অব্যাহত ৰাখিছে।

পিছপৰি থকা নাই অসমৰ মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ট ৰূপে পৰিচিত জুৰীয়া শিঙ্গাৰীৰ হবিবুৰ ৰহমান বাবুল।

ৰূপহীহাট সমষ্টিৰ জুৰিয়া শিঙ্গাৰীৰ এজন ব্যতিক্ৰমী বিজেপি নেতা হবিবুৰ ৰহমান বাবুল।

20/01/2026

ৰূপহী নতুন বজাৰত খোলা হৈছে অত্যাধুনিক ভাবে PHYSIOTHERAPY and MOVEMENT RECOVERY clinic।
এই চেম্বাৰ খন হৈছে ৰূপহী কলেজ ৰোট নতুন বজাৰত মুকলি কৰিছে।

04/01/2026

#কংগ্ৰেছৰ বিতৰ্কিত মুখপাত্ৰ মহছিন খানৰ পুনৰ এক বিতৰ্কিত অডিঅ' ৰেকৰ্ডিং ভাইৰেল।

20/12/2025

ৰাতিপুৱাৰ এটি ভাল লগা দৃশ্য আজিৰ দিনটো সকলোৰে শুভ হক

14/12/2025

বগুৰীগৰিত ৰূপহীহাটৰ উন্নয়নৰ বাবে নতুন মূখ দেখা পাই ৰাইজে আকোৱালি লোৱাৰ এটি দৃশ্য

07/12/2025

ৰূপহীহাটৰ উচ্ছেদৰ পাছতেই ধিং আৰু চামগুৰিত চলিব বৃহৎ উচ্ছেদ অভিযান

  আকাশ দলেই নামৰ ল'ৰা জন ধৰ্মনিৰপেক্ষ।
20/11/2025

আকাশ দলেই নামৰ ল'ৰা জন ধৰ্মনিৰপেক্ষ।

07/10/2025

দক্ষিণ শালমাৰা মানকাচৰ জিলাত অৰুণোদয় আঁচনি ৩.০ ৰ ভাৰ্চৱেল উদ্বোধন

05/10/2025

জুবিন দাৰ লগত বাংলাদেশৰ মমতাজক তুলনা কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। অসমীয়া ৰাইজৰ প্ৰাণৰ স্পন্দন জুবিন গাৰ্গৰ নামত সাম্প্ৰদায়িক ৰাজিনীত কৰিবলৈ লাজ পাব লাগিছিল মুখ্যমন্ত্ৰীয়ে!
জুবিন গাৰ্গৰ অনুষ্ঠানৰ প্ৰয়োজন নাছিল, জিৰণিৰ হে প্ৰয়োজন আছিল:
আকাশ দলে, KMSSৰ মুখ্য সাংগঠনিক সম্পাদক

Address

ৰূপহী নগাঁও অসম
Nagaon
782002

Telephone

+19074712147

Website

Alerts

Be the first to know and let us send you an email when Indian First News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Indian First News:

Share