13/04/2026
"ৰঙালীৰ বতৰে সকলোৰে মনবোৰ প্ৰেম-ভালপোৱাৰে ভৰাই তোলক। প্ৰেমময় হৈ পৰক সকলোৰে পৃথিৱী। বিহুৰ শুভেচ্ছা জনালো."
"সদৌ অসমবাসীক বিহুৰ হিয়াভৰা ওলগ জনালো। বিহুটিয়ে যাতে সকলোৰে জীৱন জীপাল কৰি তোলে, তাৰেই কামনা কৰিছো."
"লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হ'বি বৰ গৰু। গৰু বিহুৰ আন্তৰিক শুভকামনা."
"ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ তাৰেই আন্তৰিক কামনাৰে- ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ."