Mujammil Assam

Mujammil Assam হাই, মই মুজামিল হক আপোনালোকক কিছুমান আজিৰ সমাজৰ লগত মিল থকা ভিডিও আগবঢ়াব আৰম্ভ কৰিলোঁ।

21/08/2026

গুৱাহাটীত জিতেন্দ্ৰ সালৈ নামৰ ব্যক্তি জনে কি কৈ শুনক।

 #মঙ্গলদৈ থানাৰ ৰ অন্তৰ্গত ননকে গাধোৱা গাঁওৰ  জিলাহা খাতুন নামৰ (55) বিধৱা মহিলা গৰাকী   যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ আ...
07/08/2026

#মঙ্গলদৈ থানাৰ ৰ অন্তৰ্গত ননকে গাধোৱা গাঁওৰ জিলাহা খাতুন নামৰ (55) বিধৱা মহিলা গৰাকী যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছে।
যদি কোনোৱে ব্যক্তিয়ে স্ক্ৰীন থকা মহিলা গৰাকী ক দেখা পাই এই নং দুটাত 9101976069 ( +916001356602) যোগাযোগ কৰিব।
পোষ্ট টো যিমান পাৰে শ্বেয়াৰ কৰি দিব।

অহা কালি দিনৰ 11 বজাত ওন্দোলাঝৰ গাওঁ পঞ্চয়তত
31/07/2026

অহা কালি দিনৰ 11 বজাত ওন্দোলাঝৰ গাওঁ পঞ্চয়তত

৩ আগষ্টব পবিবর্তে ১ আগষ্টতদিয়া হ'ব অববণোদয়ব পইচ"
28/07/2026

৩ আগষ্টব পবিবর্তে ১ আগষ্টত
দিয়া হ'ব অববণোদয়ব পইচ"

 #নিৰুদ্দেশ সন্ধানৰ বাবে অনুৰোধআজি পুৱা বটাবাৰি গাঁওস্থিত নিজ স্বামীৰ গৃহৰ পৰা শুনাভানো (বয়স: ১৯ বছৰ), খাৰপৰী গাঁওৰ বোৱ...
25/07/2026

#নিৰুদ্দেশ সন্ধানৰ বাবে অনুৰোধ

আজি পুৱা বটাবাৰি গাঁওস্থিত নিজ স্বামীৰ গৃহৰ পৰা শুনাভানো (বয়স: ১৯ বছৰ), খাৰপৰী গাঁওৰ বোৱাৰী, নিৰুদ্দেশ হৈছে।

যদি কোনো সদয় ব্যক্তিয়ে তেখেতৰ সন্ধান পায় বা কোনো তথ্য জানে, অনুগ্ৰহ কৰি তলৰ নম্বৰত শীঘ্ৰে যোগাযোগ কৰিব:

📞 91014 46547

অনুগ্ৰহ কৰি এই পোষ্টটো অধিক সংখ্যক মানুহলৈ শ্বেয়াৰ কৰি সহায় কৰক যাতে তেখেতক সোনকালে বিচাৰি পোৱা যায়।

মঙলদৈ দেৱসন্স নাৰ্চিং হোমৰ পদপথৰ পাৰ্কিংৰ পৰা কৰ্মচাৰীৰ মটৰচাইকেল চুৰিদৰং জিলাৰ মঙলদৈস্থিত দেৱসন্স নাৰ্চিং হোমৰ পদপথৰ পা...
24/07/2026

মঙলদৈ দেৱসন্স নাৰ্চিং হোমৰ পদপথৰ পাৰ্কিংৰ পৰা কৰ্মচাৰীৰ মটৰচাইকেল চুৰি

দৰং জিলাৰ মঙলদৈস্থিত দেৱসন্স নাৰ্চিং হোমৰ পদপথৰ পাৰ্কিং স্থানৰ পৰা এগৰাকী কৰ্মচাৰীৰ মটৰচাইকেল চুৰি হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নাৰ্চিং হোমখনৰ লেবৰেটৰী কৰ্মচাৰী আলম খান নিশাৰ ডিউটিত কৰ্তব্যৰত হৈ থকা সময়তে দুৰ্বৃত্তই পাৰ্কিংত থোৱা তেওঁৰ মটৰচাইকেলখন চুৰি কৰি লৈ যায়।

ঘটনাৰ পিছতে ভুক্তভোগী আলম খানে মঙলদৈ থানাত এখন এজাহাৰ দাখিল কৰিছে।

 #মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত কাঁচিৰ চৰ ৪নং নাংলি আলগাঁচাৰত বাঘৰ আতংক #মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত কাঁচিৰ চৰ ৪নং নাংলি আ...
10/07/2026

#মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত কাঁচিৰ চৰ ৪নং নাংলি আলগাঁচাৰত বাঘৰ আতংক

#মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত কাঁচিৰ চৰ ৪নং নাংলি আলগাঁচাৰ অঞ্চলত বাঘৰ আতংকে স্থানীয় ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। যোৱা নিশা পথাৰত এৰাল দিয়া এটা গাই গৰুৰ ওপৰত বাঘে আক্ৰমণ চলাই হত্যা কৰে।

#এই ঘটনাৰ পিছত অঞ্চলবাসীয়ে নিৰাপত্তাক লৈ শংকা প্ৰকাশ কৰিছে। দৰং জিলা প্ৰশাসনে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি বন বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱা হৈছে। লগতে বাঘটোক কোনো ধৰণৰ ক্ষতি নকৰাকৈ সুৰক্ষিতভাৱে উদ্ধাৰ কৰি পুনৰ বনাঞ্চললৈ খেদি নিয়াৰ ব্যৱস্থা কৰিবলৈও অনুৰোধ জনোৱা হৈছে।

 #ধলপুৰ উচ্ছেদিত পৰিয়ালৰ পুনঃসংস্থাপনৰ দাবীত মঙলদৈত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট #ধলপুৰৰ উচ্ছেদিত পৰিয়ালসমূহৰ স্থায...
08/07/2026

#ধলপুৰ উচ্ছেদিত পৰিয়ালৰ পুনঃসংস্থাপনৰ দাবীত মঙলদৈত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

#ধলপুৰৰ উচ্ছেদিত পৰিয়ালসমূহৰ স্থায়ী পুনঃসংস্থাপনৰ দাবীত আজি মঙলদৈত আমছুৰ উদ্যোগত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীত সংগঠনটোৰ নেতৃবৃন্দ আৰু সদস্যসকলৰ লগতে বহু সংখ্যক স্থানীয় লোকে অংশগ্ৰহণ কৰে।

#প্ৰতিবাদকাৰীসকলে উচ্ছেদিত পৰিয়ালসমূহৰ বাসস্থান, জীৱিকা আৰু মৌলিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবী জনাই চৰকাৰক অতি সোনকালে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। লগতে, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ মানৱীয় দৃষ্টিভংগীৰে পুনঃসংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবীও উত্থাপন কৰে।

15/06/2026

#মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত বাঘপৰি চাপৰিত যোৱা কালি অজগৰ সাপ পথাৰত দিয়া জালত বন্দি হৈ পৰে।
#তাৰে সচেতন ৰাইজে মঙলদৈ বন বিভাগৰ লগত যোগাযোগ কৰি বন বিভাগক চমজাই দিয়ে

14/06/2026

এসপ্তাহৰ পৰা সন্ধানহীন মঙলদৈৰ এজন লৰা।

#পৰিয়াল মাজত হাহাকাৰ।
#দৰিদ্ৰতাই যেন কাল হল এই পৰিয়ালটিৰ।

Address

Char Road
Mangaldai
784125

Website

Alerts

Be the first to know and let us send you an email when Mujammil Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mujammil Assam:

Shortcuts

Share