Nuri Computer Home

Nuri Computer Home নুৰী কম্পিউটাৰ হোমলৈ স্বাগতম 🙏
1st centre : Nagarbahi ( Mangaldai)
2nd centre: sipajhar ( Near Bus Stand )
Any information Contact 👇🏻
8761043079

26/08/2026

Congratulations 💐✨ইজাজ আহমেদ নুৰীNuri Computer Home
23/08/2026

Congratulations 💐✨

ইজাজ আহমেদ নুৰী
Nuri Computer Home

নমস্কাৰ 🙏🏻নুৰী কম্পিউটাৰ হোমৰ ফালৰ পৰা ১৫ জন ছাত্ৰ - ছাত্ৰীক বিনামূলীয়াকৈ Admission ৰ সুযোগ দিয়া হৈছে ,, যিসকলৰ BPL Card...
10/08/2026

নমস্কাৰ 🙏🏻
নুৰী কম্পিউটাৰ হোমৰ ফালৰ পৰা ১৫ জন ছাত্ৰ - ছাত্ৰীক বিনামূলীয়াকৈ Admission ৰ সুযোগ দিয়া হৈছে ,, যিসকলৰ BPL Card আছে সেইসকল ছাত্ৰ- ছাত্ৰীৰ বাবেহে এই সুবিধা । অহাকালিৰ পৰা আৰম্ভ হব ,, সোনকালে যোগাযোগ কৰিব মাত্ৰ ১৫ জন ছাত্ৰ - ছাত্ৰীক হে দিব পৰা যাব , কাৰন আৰু আমাৰ Seat Capacity নাই ,,

ধন‍্যবাদ
নুৰী কম্পিউটাৰ হোম

নমস্কাৰ 🙏🏻সকলোৱে সুধি আছিল নতুন Admission কেতিয়া হব , ‍৩ আগষ্ট ( অহাকালি ) ৰ পৰা ৮ আগষ্ট ( শনিবাৰ) লৈ নতুন Admission হব ...
02/08/2026

নমস্কাৰ 🙏🏻

সকলোৱে সুধি আছিল নতুন Admission কেতিয়া হব , ‍৩ আগষ্ট ( অহাকালি ) ৰ পৰা ৮ আগষ্ট ( শনিবাৰ) লৈ নতুন Admission হব , ২০২৬ চনৰ শেষৰটো Batch , ইয়াৰ পিছত আৰু ২০২৬ চনত Admission নহয়, সেয়েহে সোনকালে সকলোকে ফ্ৰম সমূহ লবলৈ অনুৰোধ জনালো ।

( ৩০ টা চিত আছে ৩০ জনৰ ওপৰত Admission দিব পৰা নাজাব )

ধন‍্যবাদ
নুৰী কম্পিউটাৰ হোম

8761043079
Nuri Computer Home
ইজাজ আহমেদ নুৰীIjajul Hoque

  ক্লাচৰ সফল পৰিসমাপ্তী ,, ৩০ দিনীয়া Ai Summer Camp ৰ অন্তত  সকলো ছাত্ৰ- ছাত্ৰীক প্ৰমান পত্ৰ সমূহ আজি প্ৰদান কৰা হ’ল ,, ...
01/08/2026

ক্লাচৰ সফল পৰিসমাপ্তী ,, ৩০ দিনীয়া Ai Summer Camp ৰ অন্তত সকলো ছাত্ৰ- ছাত্ৰীক প্ৰমান পত্ৰ সমূহ আজি প্ৰদান কৰা হ’ল ,, সকলোৰে ভাল হওক তাৰে কামনা কৰিলো ✨❤️





Nuri Computer Home

প্ৰত্যেক ৰবিবাৰে সন্ধিয়া ৭:৩০ বজাত ,,নতুন নতুন অতিথিৰ সৈতে নুৰি কম্পিউটাৰ হোমৰ ফেচবুক পেজ আৰু instagram পেজত লাইভ যোগে ...
25/07/2026

প্ৰত্যেক ৰবিবাৰে সন্ধিয়া ৭:৩০ বজাত ,,নতুন নতুন অতিথিৰ সৈতে নুৰি কম্পিউটাৰ হোমৰ ফেচবুক পেজ আৰু instagram পেজত লাইভ যোগে মত বিনিময় কৰিব পাৰিব ,, আৰু ছাত্ৰ ছাত্ৰী সকলে যদি কোনোবাটো বিষয়ৰ ওপৰত সুধিব লগা থাকে আগতীয়াকৈ প্ৰশ্ন সমূহ মোক personally দিব পাৰিব লগতে যদি লাইভত সংযুক্ত হৈ অতিথি জনক সুধিব বিচাৰে সুধিব পাৰিব ।।
ছাত্ৰ ছাত্ৰী সকলৰ আগবঢ়াই নিয়াৰ উদ্দেশ্য অনুষ্ঠানটো আয়োজন কৰা হৈছে ,,সকলোৱে সহযোগিতা কৰিবা বুলি আশা ৰাখিলোঁ

( কোনো ধৰণৰ মাচুল লোৱা নহয় সম্পূৰ্ণ বিনামূলীয়া )




Successfully completed 1 year course Advanced Diploma in Computer Applications from Nuri Computer Home  ,, I wish you a ...
18/05/2026

Successfully completed 1 year course Advanced Diploma in Computer Applications from Nuri Computer Home ,, I wish you a bright future in the coming days.

Address

Mangaldai
NAGARBAHI

Alerts

Be the first to know and let us send you an email when Nuri Computer Home posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share