Madhab Digital Seva

Madhab Digital Seva An online service center CSC, from Government of India to provide all Government Services as well as Business services to the citizen of the region.

A online service center from Government of India to provide Government Services as well as Business services to the citizen of the region. Now you can take the advantages of the online services from this Business point at a affordable price! Why have not visite the place for a chance? Visit Today. Or Call: 03672-266328 (O) 09954952328 (M).

Apologies for the inconvenience. We're closed for a few days due to health reasons.
07/11/2025

Apologies for the inconvenience. We're closed for a few days due to health reasons.

17/09/2025
আজিৰ পৰা SIR আৰম্ভ ❓️ভোটাৰ ৰাইজৰ সুবিধাৰ বাবে......A আৰু B এই দুই  ধৰণৰ ভোটাৰৰ Verification 16,17 চেপ্তেম্বৰত সম্পূৰ্ণ ক...
16/09/2025

আজিৰ পৰা SIR আৰম্ভ ❓️

ভোটাৰ ৰাইজৰ সুবিধাৰ বাবে......
A আৰু B এই দুই ধৰণৰ ভোটাৰৰ Verification 16,17 চেপ্তেম্বৰত সম্পূৰ্ণ কৰা হ'ব।

Category A = যিসকল ভোটাৰৰ 2005 চনৰ ভোটাৰ তালিকাত যিকোনা সমষ্টিত নাম আছে আৰু 2025 ৰ ভোটাৰ তালিকাত নাম আছে তেওঁলোক A Category ত পৰিব। তেওঁলোকে যিকোনো documents দেখুৱালে হব।

Category B _ যিসকল ভোটাৰৰ 01.07.1987 বা তাৰ আগত জন্ম কিন্ত তেওঁলোকৰ নাম 2005 ৰ ভোটাৰ তালিকাত নাই আকৌ 2025 ভোটাৰ তালিকাত নাম আছে তেওঁলোক B Category ত পৰিব।
গতিকে A . category ভোটাৰে নিজৰ যিকোনো পৰিচয় পত্ৰ দেখুৱালে হ'ব। B. Category ৰ ভোটাৰে তেওঁলোকৰ দেউতাকৰ ২০০৫ ৰ ভোটাৰ তালিকাত নাম থকা দেখুৱালে হব। লগতে দেউতাকৰ লগত নাম (link)থকা documents দেখুৱালে হব।

১৬ আৰু ১৭ চেপ্টেম্বৰত হ'বলগীয়া SIRৰ প্ৰথম পৰ্যায়ত মুঠ তিনি ধৰণৰ ভোটাৰ কাম হ'ব। এই তিনি ধৰণৰ ভোটাৰসকল হ'ল এনে ধৰণৰ -
1. যিসকল ভোটাৰৰ নাম বৰ্তমানে বসবাস কৰি থকা খণ্ডৰ (খণ্ড নম্বৰ বেলেগ হব পাৰে) ২০০৫ চনৰ ভোটাৰ তালিকাত নাম আছে আৰু ২০২৫ চনতো নাম আছে, সেই সকলে BLOক দুয়োখন তালিকাৰ নাম মিলাই দেখুৱাই দিলেই হ'ল।
2. যিসকল ভোটাৰৰ জন্ম ১৯৮৭ চনৰ ১ জুলাইৰ আগত আৰু এওঁলোকৰ নাম ২০০৫ চনৰ ভোটাৰ তালিকাত নাই কিন্তু ২০২৫ চনৰ ভোটাৰ তালিকাত নাম আছে, সেই সকলে নিজৰ জন্মৰ তাৰিখ থকা এখন বৈধ (Legal) প্ৰমাণপত্ৰ BLOক জমা দিলেই হ'ল।
3. যিসকল ভোটাৰৰ নাম বেলেগ কোনো খণ্ডৰ ২০০৫ চনৰ ভোটাৰ তালিকাত আছে, সেইসকলে সেই খণ্ডৰ ২০০৫ চনত নাম থকা তালিকাখন ২০২৫ চনত নাম থকা তালিকাখনৰ BLO ৰ হাতত জমা দিলেই হ'ল।
(উল্লেখযোগ্য যে ১৯৮৭ চনৰ ১ জুলাইৰ পাচত জন্ম হোৱা ভোটাৰ, যিসকলৰ নাম ২০২৫ চনৰ ভোটাৰ তালিকাত আছে, SIRৰ এই প্ৰথম পৰ্যায়ত এওঁলোকৰ কোনো ধৰণৰ কৰণীয় কাম নাই।)

বিঃদ্ৰ: ফৰ্ম নিজৰ সম্মুখত লিখাব, ফটো মাৰি ৰাখিব, সম্ভৱ হলে জেৰক্স কৰি ৰাখিব।

Assam Special Arms Licence Scheme | Indigenous Citizens in Vulnerable & Remote Areas | স্পৰ্শকাতৰ আৰু প্ৰান্তৱর্তী অঞ্চল...
23/08/2025

Assam Special Arms Licence Scheme | Indigenous Citizens in Vulnerable & Remote Areas | স্পৰ্শকাতৰ আৰু প্ৰান্তৱর্তী অঞ্চলসমূহৰ খিলঞ্জীয়া ভাৰতীয় নাগৰিকসকললৈ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান ।।

Apply for Assam Special Arms Licence Scheme online. Eligibility, documents, FAQs & step-by-step guide for indigenous citizens.

SBIয়ে নতুন NFO এটা মুকলি কৰিছে, “SBI Nifty200 Momentum 30 Index Fund Regular Growth NFO "  আবেদনৰ  অন্তিম তাৰিখ ৩ জুলাই ...
27/06/2025

SBIয়ে নতুন NFO এটা মুকলি কৰিছে, “SBI Nifty200 Momentum 30 Index Fund Regular Growth NFO " আবেদনৰ অন্তিম তাৰিখ ৩ জুলাই ২৫ ৷

Invest in mutual funds with Folio number and PAN number quickly on SBI Mutual Fund quick invest. Buy mutual funds today!

✈️ Travel Made Easy with Scapia! 🌍As someone who loves to explore both India and international destinations, my Federal ...
18/06/2025

✈️ Travel Made Easy with Scapia! 🌍

As someone who loves to explore both India and international destinations, my Federal Bank Scapia Credit Card has become my perfect travel companion!

✅ Unlimited Free Domestic Lounge Access – No more waiting at crowded airports!
✅ Zero Forex Markup Charges – I can spend freely abroad without worrying about extra fees!
✅ Instant Rewards – Every spend turns into travel points 🧳

If you travel often or plan to, I highly recommend getting this card. Use my referral link to apply:
👉 https://apply.scapia.cards/landing_page?referral_code=xooalj

It’s 100% digital, with no joining or annual fees! 😍
Let your card pay you back while you explore the world! 🌏✨

Check your eligibility to apply for the Scapia Federal Credit Card

18/06/2025

আমাৰ প্ৰতিষ্ঠানৰ দশম প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ । আশা কৰো অনাগত দিনত আপোনালোকৰ একেই উৎসাহ আৰু সহযোগিতাৰে আগুৱাই যাব পাৰিম। 18-06-2025

08/06/2025

#জীৱন_প্ৰেৰণা_আঁচনি ২০২৫: াৰৰ_এক_প্ৰগতিশীল_পদক্ষেপ
াৰে ২০২৫-২৬ বিত্তীয় বছৰৰ বাজেটত "জীৱন প্ৰেৰণা আঁচনি" নামৰ এক যুৱ কল্যাণমূলক আঁচনি ঘোষণা কৰিছে। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে #অসমৰ যুৱ স্নাতক আৰু গৱেষকসকলক, যিসকল বৰ্তমান নিবনুৱা, তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰি স্বাৱলম্বী কৰা আৰু চাকৰিৰ সন্ধানৰ সময়ত তেওঁলোকৰ আৰ্থিক স্থিতিশীলতা নিশ্চিত কৰা।
** #আঁচনিৰ মূল বৈশিষ্ট্য:**
- **আৰ্থিক সাহায্য**: প্ৰতিমাহে ২,৫০০ টকা বা এটা এবাৰৰ বাবে ২৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
- **বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে**: বিশেষভাৱে সক্ষম গৱেষকসকলৰ বাবে এটা এবাৰৰ বাবে ৫০,০০০ টকাৰ সাহায্য প্ৰদান কৰা হ’ব।
- **বাজেট**: এই আঁচনিৰ বাবে অসম চৰকাৰে ২৫ কোটি টকাৰ বাজেট কৰিছে।
- **ঘোষণা**: অসমৰ বিত্তমন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে ২০২৫ চনৰ ১০ মাৰ্চত ৰাজ্যৰ বাজেট ঘোষণাৰ সময়ত এই আঁচনিৰ কথা ঘোষণা কৰে।
- ** #আৰম্ভণিৰ তাৰিখ**: আঁচনিটো ২০২৫ চনৰ অক্টোবৰ মাহৰ পৰা কাৰ্যকৰী হ’ব।
** #যোগ্যতাৰ মাপকাঠী:**
- আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
- ২০২৫ চনত চৰকাৰী বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা যুৱক-যুৱতী বা গৱেষক হ’ব লাগিব।
- আবেদনকাৰী নিবনুৱা হ’ব লাগিব আৰু অন্য কোনো সদৃশ আঁচনিৰ সুবিধা গ্ৰহণ কৰা নাথাকিব।
- গৱেষকসকলে বিশ্ববিদ্যালয়ৰ পৰা জাৰি কৰা পৰিচয় পত্ৰ প্ৰদান কৰিব লাগিব।
- বিশেষভাৱে সক্ষম আবেদনকাৰীৰ বাবে প্ৰতিবন্ধীত্বৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন।
** #প্ৰয়োজনীয় নথিপত্ৰ:**
- পাছপোৰ্ট ছাইজৰ ফটো
- আধাৰ কাৰ্ড
- পেন কাৰ্ড
- ৰেচন কাৰ্ড
- বেংক পাছবুকৰ প্ৰতিলিপি
- স্নাতক প্ৰমাণপত্ৰ
- বিশ্ববিদ্যালয়ৰ পৰিচয় পত্ৰ (গৱেষকৰ বাবে)
- প্ৰতিবন্ধীত্বৰ প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য)
** #লাভালাভ:**
- এই আঁচনিয়ে যুৱক-যুৱতীসকলক চাকৰি বিচাৰি থকা সময়ত আৰ্থিক স্থিতিশীলতা প্ৰদান কৰে।
- গৱেষকসকলক তেওঁলোকৰ শৈক্ষিক আৰু গৱেষণা কাম অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে।
- বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে অতিৰিক্ত সাহায্যৰ জৰিয়তে সামাজিক অন্তৰ্ভুক্তি বৃদ্ধি পায়।
- প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি, দক্ষতা বিকাশ আৰু স্বাৱলম্বী উদ্যোগৰ বাবে সহায় কৰে।
** #অন্যান্য তথ্য:**
আঁচনিটোৰ ধনৰাশি প্ৰত্যক্ষভাৱে আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্টলৈ DBT (Direct Benefit Transfer) পদ্ধতিৰ জৰিয়তে স্থানান্তৰ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে অসমৰ যুৱ সমাজৰ আৰ্থিক স্বাধীনতা আৰু কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা হ’ব বুলি আশা কৰা হৈছে।

14/04/2025

কপৌৰ ফুলৰ সৌন্দৰ্য , তগৰ ফুলৰ সুগন্ধৰে ভৰপূৰ বহাগৰ সুকীয়া পৰিৱেশৰ আমেজে সকলোৰে জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই আনক আৰু এই ৰঙালী বিহু সকলোৰে বাবে আনন্দময় হওঁক। *আপোনাক আৰু আপোনাৰ সকলো পৰিয়ালৰ সদস্যলৈ বহাগ বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ*। ৰঙালী বিহুৰ শুভক্ষণে আপোনাৰ জীৱন ৰঙীন কৰি তোলক আৰু আপোনাৰ আগন্তুক দিনবোৰ শুভ হওঁক। ৰঙালী বিহুৰ অলেখ অভিনন্দন জ্ঞাপন কৰিলোঁ।

Address

Kampur Bus Syndicate
Kampur
782426

Alerts

Be the first to know and let us send you an email when Madhab Digital Seva posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Madhab Digital Seva:

Share