23/06/2025
One Month (July) Summer Special Computer Class .
* মাত্ৰ ৩০ জন ছাত্ৰ-ছাত্ৰীৰ বাবে এই সুবিধা ।
* Class 6 ৰ পৰাই এই সুবিধা গ্ৰহণ কৰিব পাৰিব ।
* এইবাৰ জুলাই মাহৰ গৰম বন্ধত আপোনালোকো নিজৰ লৰা ছোৱালীক Compute শিক্ষা দিয়াব পাৰিব । আপোনালোকৰ দৰে অৱিভাৱক সকলৰ বাবেই এই সুবিধা দিয়া হৈছে ।
* *Registration Last Date 30 June*