Debojit Computer Point

Debojit Computer Point Computer Service
Graphics Design

19/03/2022

Assam Police SI Recruitment 2022 – 306 Sub Inspector Vacancy, Online Apply

Educational Qualification: The candidate must be a graduate in Arts, Science, Commerce or equivalent stream from a recognized College / Institutions affiliated to a recognized University.

Required documents:
(i) Passed certificate & Mark sheet of HSLC / HSSLC examination as applicable.
ii) Admit card of HSLC or equivalent examination for proof of Age.
iii) Employment Exchange registration number.
iv) Home Guard training and minimum 3 years experience certificate.
v) Certificate of registered VDP member and minimum 3 years working experience.
vi) Caste Certificate from the Competent Authority.
vii) Permanent Residential Certificate.
viii) Certificate of NCC from Competent Authority, if any.
ix) Appointment certificate as SPO issued by the Superintendent of Police, if any.
x) Certificate of F.M.M.O. issued by Special Branch, Hqrs. of Assam Police, Kahilipara, Guwahati, if any.
xi) Basic & Advanced Home Guard training and experienced certificate.
xii) Certificate for working as member of V.D.P. issued by the Superintendent of Police, if any.
xiii) Transgender Certificate issued by Competent Authority, if any.
xiv) EWS certificate from Competent Authority, if any.
xv) Passport Size Photograph.
xvi) Signature .

Visit: Debo Digital Seva

সকলোলৈ নৱ বৰ্ষৰ শুভকামনাWish to all Happy New year 2022
02/01/2022

সকলোলৈ নৱ বৰ্ষৰ শুভকামনা
Wish to all Happy New year 2022

24/11/2021
22/10/2021

বিশেষ কামৰ বাবে পুৱা দোকান বন্ধ হৈ আছে।
আমি আপোনাৰ সেৱাত নিশ্চিত আছো।
অনুগ্ৰহ কৰি দিনৰ ১২ বজাৰ পৰা সন্ধিয়াৰ ভিতৰত আহিব।
যোগাযোগ: 7636830557

অসম চৰকাৰে অসম ৰাজ্যৰ বাবে নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) পৰ্যায়ৰ বাবে আটাইতকৈ প্ৰতীক্ষিত শিক্ষক যোগ্যতা পৰ...
15/09/2021

অসম চৰকাৰে অসম ৰাজ্যৰ বাবে নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) পৰ্যায়ৰ বাবে আটাইতকৈ প্ৰতীক্ষিত শিক্ষক যোগ্যতা পৰীক্ষা (TET) - 2021 ৰ বাবে জাননী প্ৰকাশ কৰিছে। ১৫ ছেপ্টেম্বৰ ২০২১ ৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
আপোনালোকে Debo Digital Sevaত অনলাই নামভৰ্ত্তি কৰিব পাৰিব।

শিক্ষাগত অৰ্হতা:
নিম্ন প্ৰাথমিক LP:
কমেও 50% নম্বৰৰ সৈতে উচ্চতৰ মাধ্যমিক বা স্নাতক উত্তীৰ্ন আৰু প্ৰাথমিক শিক্ষাত 2/4 বছৰীয়া ডিপ্লোমা D. El. Ed. বা B. El. Ed, বা B.Ed.
উচ্চ প্ৰাথমিক UP:
কমেও 50% নম্বৰৰ সৈতে স্নাতক আৰু (বি. এড) ডিপ্লমা।

তেলাম গাঁও পঞ্চায়ত অন্তৰ্গত মধুপুৰ গাঁৱৰ অঞ্জুলি পাটিৰ নামৰ ছোৱালী এজনীয়ে আমাৰ ইয়াত জেৰক্স কৰিবলৈ আহি Aadhaar কাৰ্ডখন পা...
22/08/2021

তেলাম গাঁও পঞ্চায়ত অন্তৰ্গত মধুপুৰ গাঁৱৰ অঞ্জুলি পাটিৰ নামৰ ছোৱালী এজনীয়ে আমাৰ ইয়াত জেৰক্স কৰিবলৈ আহি Aadhaar কাৰ্ডখন পাহৰি গৈছে। কোনোবা চিনাকি ব্যক্তিয়ে আহি লৈ যাব।
A girl named Anjuli Pati of Madhupur village under Telam village panchayat has come here to xerox and forget the Aadhaar card. Some acquaintance will come and take it away

13/08/2021

মহাবিদ্যালয় সমুহৰ নামভৰ্ত্তিৰ বাবে প্ৰয়োজনীয় নথি যেনে INCOME CERTIFICATE, PRC অনলাইনত কম সময়ৰ ভিতৰতে লাভ কৰিব।
যোগাযোগ কৰক Debo Digital Seva ডেকাপাম তিনিআলি, সাপ্তাহিক বজাৰ ৰোড।
PRCৰ বাবে প্ৰয়োজনীয় পত্ৰ যেনে-
১/ একপি পাছপৰ্ট ফ'টো।
২/ মেট্টিক পৰীক্ষাৰ এডমিট কাৰ্ড।
৩/ জন্মৰ প্ৰমাণ পত্ৰ।
৪/ নতুন মাটি খাজানা ৰচিদ।
৫/ অভিভাৱকৰ প্ৰমাণ পত্ৰ।
৬/ এন আৰ চি।
INCOME CERTIFICATEৰ বাবে-
১/ গাঁওবুঢ়া চাৰ্টিফিকেট।
২/ মাটি খাজানা ৰচিদ।
৩/ ৰেচন কাৰ্ড।
৪/ অভিভাৱকৰ ভোটাৰ কাৰ্ড।

11/07/2021

👍page

Address

NH515 Dekapam Tiniali
Jonai

Opening Hours

Monday 8am - 7pm
Tuesday 8am - 5pm
Wednesday 8am - 5pm
Thursday 8am - 5pm
Friday 8am - 5pm
Saturday 8am - 5pm
Sunday 8am - 5pm

Telephone

+917636830557

Website

Alerts

Be the first to know and let us send you an email when Debojit Computer Point posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Debojit Computer Point:

Share

Category