12/02/2022
গতানুগতিক চিঠিৰ পৰিৱৰ্তে আমি আপোনাক ডিজাইন কৰি দিম আজিৰ তাৰিখৰ একোখনি মনোগ্ৰাহী চিঠি। আপুনি ইচ্ছা কৰিলে দৰা-কইনাৰ ফটো এখনো চিঠিখনতে সংলগ্ন কৰি দিব পাৰিব। তদুপৰি এনে চিঠিৰে WhatsApp/ Facebook/ Emailৰ যোগেদিও আপুনি আপোনাৰ বিয়াৰ নিমন্ত্ৰণ জনাব পাৰিব।
সম্পূৰ্ণ জানিবলৈ বা আমি পূৰ্বে ডিজাইন কৰা চিঠি চাবলৈ আমাক WhatsApp ত যোগাযোগ কৰিব পাৰে। আমাৰ নম্বৰ- 7002536694