Nint Computer Training Institute

Nint Computer Training Institute NINT
Believes Quality Honesty and Commitment

Congratulations all
05/10/2026

Congratulations all


Offer valid on CHHAYGAON Branch only
05/10/2026

Offer valid on CHHAYGAON Branch only

NINT Computer Training Instituteআমাৰ বিশেষ সুবিধাসমূহ | Our Special Features১. অভিজ্ঞ প্ৰশিক্ষক | Experienced Trainers১২...
16/09/2026

NINT Computer Training Institute
আমাৰ বিশেষ সুবিধাসমূহ | Our Special Features
১. অভিজ্ঞ প্ৰশিক্ষক | Experienced Trainers
১২ বছৰৰ অধিক Industry Experience থকা অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয়।
Training is provided by experienced trainers with more than 12 years of industry experience.
২. ৯০% Practical Class | 90% Practical Classes
বাস্তৱ Equipment আৰু Computer System ব্যৱহাৰৰ জৰিয়তে ৯০% Practical Classৰ সুবিধা।
90% practical classes with real equipment and computer systems for hands-on learning.
৩. Practical-Based Learning | ব্যৱহাৰিক শিক্ষাৰ সুবিধা
ছাত্ৰ-ছাত্ৰীসকলক Practical Classৰ জৰিয়তে বিষয়সমূহ সহজে বুজিবলৈ আৰু হাতে-কামে শিকিবলৈ সুবিধা প্ৰদান কৰা হয়।
Students get hands-on learning opportunities through practical-based classes.
৪. Electricity Backup | বিদ্যুৎ বেকআপৰ সুবিধা
বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ’লেও শ্ৰেণীসমূহ অব্যাহত ৰাখিবলৈ Backup Currentৰ সুবিধা।
Power backup facility is available to ensure uninterrupted classes.
৫. Updated Software & Professional Training | আধুনিক Software আৰু প্ৰফেচনেল প্ৰশিক্ষণ
Updated Softwareৰ জৰিয়তে আধুনিক প্ৰযুক্তিৰ সৈতে পৰিচয় কৰাই Professional Field Visit আৰু Topic-wise Training প্ৰদান কৰা হয়।
Students are trained with updated software, professional field visits and topic-wise practical training.
৬. Placement Assistance | চাকৰিৰ ক্ষেত্ৰত সহায়তা
প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক Placement আৰু চাকৰিৰ সুযোগ বিচৰাত প্ৰয়োজনীয় সহায়তা প্ৰদান কৰা হয়।
Placement assistance is provided to students after completion of their training.

Congratulations 👏🎉
07/09/2026

Congratulations 👏🎉

🌟 অভিনন্দন আৰু শুভেচ্ছা 🌟তোমালোকৰ কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অধ্যৱসায়ৰ এই সফলতা আমাৰ বাবে গৌৰৱৰ বিষয়। আগন্তুক কৰ্মজীৱন...
02/09/2026

🌟 অভিনন্দন আৰু শুভেচ্ছা 🌟
তোমালোকৰ কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু অধ্যৱসায়ৰ এই সফলতা আমাৰ বাবে গৌৰৱৰ বিষয়। আগন্তুক কৰ্মজীৱন আৰু ভৱিষ্যতৰ প্ৰতিটো খোজ সফলতাৰে উজলি উঠক—এইয়াই আমাৰ আন্তৰিক কামনা। ❤️
“তোমালোকৰ সফলতাই আমাৰ গৌৰৱ।”
— NINT Computer Training Institute

NINT COMPUTER TRAINING INSTITUTE ৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
10/08/2026

NINT COMPUTER TRAINING INSTITUTE ৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

NINT CHHAYGAON BRANCH AVAILABLE ONLY 30 SEATS
25/06/2026

NINT CHHAYGAON BRANCH AVAILABLE ONLY 30 SEATS

15/05/2026
NINT Computer Training Institute ৰ তৰফৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক  আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰা...
13/05/2026

NINT Computer Training Institute ৰ তৰফৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
তেওঁলোকৰ কঠোৰ পৰিশ্ৰম, আৰু সফলতাই প্ৰতিষ্ঠানটোক গৌৰৱান্বিত কৰিছে। আগন্তুক দিনবোৰতো তেওঁলোকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সফলতা লাভ কৰিব বুলি NINT পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।

📢 Great news! Admissions are officially open! 📚 Don't miss out on the chance to advance your skills with our top-notch c...
10/03/2026

📢 Great news! Admissions are officially open! 📚 Don't miss out on the chance to advance your skills with our top-notch computer training programs. 💻 Secure your spot today! ✨ Institute

Address

Head Office Mirza Janata Press Road, Goli No. 2, Kamrup
Guwahati
781125

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Alerts

Be the first to know and let us send you an email when Nint Computer Training Institute posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share