Gadgetr Gyan

Gadgetr Gyan Welcome! We are Here to Update you with the latest tech news... also solve 'how to' inquiries relate

অতি উপযোগী
24/06/2022

অতি উপযোগী

02/02/2022
আজি ৰ পৰা whatsapp ত নতুন আপডেট আহিছে। মেছেজ এটাক আপুনি 24 ঘণ্টা, 7 দিন বা 90 দিনৰ বাবে পঠিয়াব পাৰে। তাৰ পিছত মেছেজ টো আ...
07/12/2021

আজি ৰ পৰা whatsapp ত নতুন আপডেট আহিছে। মেছেজ এটাক আপুনি 24 ঘণ্টা, 7 দিন বা 90 দিনৰ বাবে পঠিয়াব পাৰে। তাৰ পিছত মেছেজ টো আপোনা-আপুনি ইনবক্স ৰ পৰা অদৃশ্য হৈ যাব(আপুনি যাক মেছেজ টো তেওঁৰ ইনবক্সৰ পৰা)। আমি 2 মাহ মান আগতেই disapearing মেছেজৰ বিষয়ে এই পেজতেই লিখিছোঁ, পঢ়ি লব পাৰে। তলৰ ফোটো FB ৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গৰ ৱালৰ পৰা ললোঁ।

24/11/2021
20/10/2021

  Launched.
20/10/2021

Launched.

Happy Kati Bihu to all......
18/10/2021

Happy Kati Bihu to all......

আমাৰ ৱেবছাইট ত ইতিমধ্যেই এই লিখনি প্ৰকাশ কৰিলোঁ। www.gadgetrgyan.in ত গৈ পঢ়িব পাৰে।  GADGETRGYAN.IN লিখি search কৰিবও পা...
16/10/2021

আমাৰ ৱেবছাইট ত ইতিমধ্যেই এই লিখনি প্ৰকাশ কৰিলোঁ। www.gadgetrgyan.in ত গৈ পঢ়িব পাৰে। GADGETRGYAN.IN লিখি search কৰিবও পাৰে।
, , , #চিমটুলকিট

"  'Sim Toolkit'  Invalid input "  বাৰে বাৰে আপোনাৰ ফোনৰ স্ক্ৰীণত ভাঁহি অহা এই pop up মেছেজে বাৰুকৈয়ে আমনি কৰি আছে নেকি ...
10/10/2021

" 'Sim Toolkit' Invalid input " বাৰে বাৰে আপোনাৰ ফোনৰ স্ক্ৰীণত ভাঁহি অহা এই pop up মেছেজে বাৰুকৈয়ে আমনি কৰি আছে নেকি বাৰু???? ইয়াৰ সমাধান লিখোঁ নে? কি কয়??

পূজাৰ বতৰত 20 হাজাৰ টকাৰ ভিতৰৰ, 8GB ৰেম, 128GB ৰ'ম আৰু 5000Mah বেটাৰী যুক্ত ফোন কিনিব বিচাৰি confuse হৈছে? ইয়ালৈ আহক আৰু...
05/10/2021

পূজাৰ বতৰত 20 হাজাৰ টকাৰ ভিতৰৰ, 8GB ৰেম, 128GB ৰ'ম আৰু 5000Mah বেটাৰী যুক্ত ফোন কিনিব বিচাৰি confuse হৈছে? ইয়ালৈ আহক আৰু 5 টা ফোনৰ তুলনা চাওক আৰু সিদ্ধান্ত লওক কোন টো কিনিব। https://www.gadgetrgyan.in/2021/10/best-phones-under-20000-with-8gb-ram-128gb-rom.html

Best mobiles under 20000 with 8gb ram, 128gb rom in assam, 8gb 128gb phone under 20k, best phones with price comparison under 20k

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Gadgetr Gyan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gadgetr Gyan:

Share

Category