29/02/2024
ইয়াৰ দ্বাৰা আমি জনাবলৈ পাই সুখী যে ইংৰাজী ০১/০৩/২০২৪ ৰ পৰা নামভৰ্তি মাচুল নিদিয়াকৈ কেৱল মাহেকীয়া মাচুল পৰিশোধৰ দ্বাৰা নামভৰ্তিকৰন কৰা হব ।এই ৰেহাই কেৱল সীমিত সময়ৰ বাবেহে দিয়া হব। গতিকে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বহা আগ্ৰহী সকলো ছাত্ৰ ছাত্ৰীক অতি শীঘ্ৰেই দুলিয়াজানস্থিত আমাৰ জিলা কম্পিউটাৰ কেন্দ্ৰলৈ আহি যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল।
যোগাযোগৰ নম্বৰ : ৯৩৯৫৩৫৪৩৫১
~~~🙏ধন্যবাদ🙏~~~