CICE Computer Institute, Halakura

CICE Computer Institute, Halakura A Modern Computer Institute 💻 | Digital Learning Facilities | 🖥️ Fully Air-Conditioned Lab | ISO Certified Certificates 🎓

31/05/2026

💻 ডিজিটেল সপোনৰ আৰম্ভণি এতিয়াই কৰক CICE Computer Institute, Halakura ত
🚀 আজি কোডিং, কাইলৈ সফলতাৰ কাহিনী।✨




শিক্ষাৰ্থীৰ পৰা উপহাৰ — মৰম আৰু কৃতজ্ঞতাৰ এক মধুৰ স্মৃতি।আমাৰ যোৱা অধিবেশনৰ ছাত্ৰী @মৌমিতা পাৰবিন, তাইৰ কম্পিউটাৰ পাঠ্যক...
31/05/2026

শিক্ষাৰ্থীৰ পৰা উপহাৰ — মৰম আৰু কৃতজ্ঞতাৰ এক মধুৰ স্মৃতি।

আমাৰ যোৱা অধিবেশনৰ ছাত্ৰী @মৌমিতা পাৰবিন, তাইৰ কম্পিউটাৰ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ হোৱাৰ উপলক্ষে এটা উপহাৰ আগবঢ়াই মৰমৰ আভাৰে দিনটো উজ্জ্বল কৰি তুলিলে।
তাইলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি উজ্জ্বল ভবিষ্যতৰ আন্তৰিক কামনা কৰিলোঁ।



30/05/2026

🌐 ডিজিটেল পৃথিৱীত আগবাঢ়িবলৈ কম্পিউটাৰ জ্ঞানেই মূল শক্তি....💻🖱️
CICE Computer Institute, Halakura ✨





কম্পিউটাৰ শিক্ষাৰ এখন উন্নতমানৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান 💻🖱️CICE Computer Institute, Halakura❣️লৈ সকলোকে স্বাগতম 🙏🙏       ...
29/05/2026

কম্পিউটাৰ শিক্ষাৰ এখন উন্নতমানৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান 💻🖱️
CICE Computer Institute, Halakura❣️
লৈ সকলোকে স্বাগতম 🙏🙏





27/05/2026

CICE – A Smart Computer Learning Hub✨🌟
at Halakura🖱️




25/05/2026

💻 আধুনিক কম্পিউটাৰ শিক্ষা আৰু উজ্জ্বল ভৱিষ্যতৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান 🚀
CICE COMPUTER INSTITUTE লৈ সকলোকে আন্তৰিক স্বাগতম ✨




💥💥 Hurry Up 💥💥
07/07/2024

💥💥 Hurry Up 💥💥

2024-25 Session 1st batch started today.
20/03/2024

2024-25 Session 1st batch started today.

🎉💐 GRAND OPENING CEREMONY 🎉💐যোৱাকালি মোৰ CICE COMPUTER INSTITUTE খন শুভ উদ্বোধনী ৰ কিছু বিশেষ মূহুৰ্ত---✅ নাম ভৰ্তি চলি ...
26/02/2024

🎉💐 GRAND OPENING CEREMONY 🎉💐
যোৱাকালি মোৰ CICE COMPUTER INSTITUTE খন শুভ উদ্বোধনী ৰ কিছু বিশেষ মূহুৰ্ত---
✅ নাম ভৰ্তি চলি আছে ২০২৪-২০২৫ ।
✅ ইণ্টাৰনেট আৰু মাল্টিমিডিয়াৰ সুবিধা থকা ত্ৰিশটাতকৈও (৩২) অধিক কম্পিউটাৰ।
✅ সম্পূৰ্ণ ডিজিটেল ক্লাছ ৰুম ।
✅ শীত তাপ (AC) নিয়ন্ত্ৰিত ক্লাছ ৰুম।
✅ প্ৰতিটো কম্পিউটাৰত এজন ছাত্ৰ।
✅ Wi-Fi কেম্পাছ।
✅ সম্পূৰ্ণ সুৰক্ষিত CCTV চোৱাচিতা প্ৰতিষ্ঠান।

*বিঃদ্ৰঃ - বিনামূলীয়া তিনিদিনীয়া (৩) কম্পিউটাৰ ক্লাছ আগবঢ়োৱা হৈছে।*
ইচ্ছুক ছাত্র-ছাত্রী প্ৰশিক্ষণৰ বাবে যোগাযোগ কৰিব।
*📞যোগাযোগ ৰ নম্বৰ ৭০০২৬৪১৪৭০*

💥Hurry up💥📯📯   * *  ✅ নাম ভৰ্তি চলি আছে ২০২৪-২০২৫ ।✅ ইণ্টাৰনেট আৰু মাল্টিমিডিয়াৰ সুবিধা থকা ত্ৰিশটাতকৈও অধিক কম্পিউটাৰ।...
15/02/2024

💥Hurry up💥📯📯
* *
✅ নাম ভৰ্তি চলি আছে ২০২৪-২০২৫ ।
✅ ইণ্টাৰনেট আৰু মাল্টিমিডিয়াৰ সুবিধা থকা ত্ৰিশটাতকৈও অধিক কম্পিউটাৰ।
✅ সম্পূৰ্ণ ডিজিটেল ক্লাছ ৰুম ।
✅ শীত তাপ (AC) নিয়ন্ত্ৰিত ক্লাছ ৰুম।
✅ প্ৰতিটো কম্পিউটাৰত এজন ছাত্ৰ।
✅ Wi-Fi কেম্পাছ।
✅ সম্পূৰ্ণ সুৰক্ষিত CCTV চোৱাচিতা প্ৰতিষ্ঠান।

*বিঃদ্ৰঃ - বিনামূলীয়া তিনিদিনীয়া (৩) কম্পিউটাৰ ক্লাছ আগবঢ়োৱা হৈছে।*
ইচ্ছুক ছাত্র-ছাত্রী প্ৰশিক্ষণৰ বাবে যোগাযোগ কৰিব।
*📞যোগাযোগ ৰ নম্বৰ ৭০০২৬৪১৪৭০*

Address

Halakura Oxford HS School পাৰ কৰি প্ৰায় ২০০ মিটাৰ আগত, Halakura Bazar, Bidyardabri Pt-V, PO: Mahamayahat, PS: Golakganj
Dhubri
783335

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+917002641470

Website

Alerts

Be the first to know and let us send you an email when CICE Computer Institute, Halakura posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to CICE Computer Institute, Halakura:

Share