01/04/2024
SAMSUNG ৰ DMI FINENCE কিস্তিত লোৱা সকলৰ বাবে RBI GUIDELINES ৰ বিশেষ ঘোষণা যে অহা ইং ৩-এপ্রিল ২০২৪ তাৰিখৰ ভিতৰত যদি Finance কৰা সকলে AUTO DEBIT ENABLE (E-MANDATE) নকৰে তেন্তে ৫৯০ টকা চার্জ দিব লাগিব। বি: দ্র: - যদিহে মোৰ দোকানৰ পৰা ক্ৰয় কৰা গ্ৰাহকে E-MANDATE নকৰে তেতিয়া ইয়াৰ দায়িত্ব Mobile Plaza য়ে গ্ৰহণ নকৰে | ধন্য বাদ