14/01/2020
সকলোকে ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছো। ভোগালী বিহু যদিও ভোগৰ উছৱ,ইয়াৰ অন্তৰ্নিহিত গুৰুত্ব ব্যাপক আৰু অপৰিসীম। বাপতিসাহোন এই বিহুৱে জাতিটোক একতাৰ ডোলেৰে বান্ধি অধিক শক্তিশালী ৰূপত থিয় কৰায় আৰু সেয়ে বৰ্তমানৰ এই জটিল সন্ধিক্ষণত এইবেলিৰ বিহু যেন অধিক তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। সমাজৰ যত অসূয়া-অপ্ৰীতি,হিংসা-বিদ্বেষ আছে সকলোবোৰ মেজিৰ জুইত জাহ যাওঁক আৰু সকলোৰে জীৱনবোৰ সুখ,সমৃদ্ধি তথা স্বাচ্ছন্দ্যৰে ভৰি পৰক।🙏
:::