M.Tech Computer Education Dergaon

M.Tech Computer Education Dergaon M.TECH IS A GOVT. REGISTERED COMPUTER TRAINING CENTER

Admission Open
11/02/2026

Admission Open

H.S.L.C  আৰু H.S. পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।তোমালোকৰ অধ্যৱসায়, ধৈৰ্য্য...
09/02/2026

H.S.L.C আৰু H.S. পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
তোমালোকৰ অধ্যৱসায়, ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰমে নিশ্চয় সুফল দিব। নিজক বিশ্বাস কৰা, শান্ত মনে পৰীক্ষা দিয়া আৰু আত্মবিশ্বাসেৰে আগবাঢ়া। সফলতা তোমালোকৰ পদচিহ্ন অনুসৰণ কৰক—এই কামনাৰে।
শুভেচ্ছাৰে ভৰপূৰ ভৱিষ্যৎ কামনা কৰিলোঁ।

Admission Open 2026-2027 session
07/02/2026

Admission Open 2026-2027 session

2026 নৱবৰ্ষৰ প্ৰাকক্ষণত M.Tech ৰ ছাত্ৰ -ছাত্ৰীসকলৰ লগত Baghmora Eco Camp ত
12/01/2026

2026 নৱবৰ্ষৰ প্ৰাকক্ষণত M.Tech ৰ ছাত্ৰ -ছাত্ৰীসকলৰ লগত Baghmora Eco Camp ত

01/01/2026
26/12/2025

M.Tech ত প্ৰশিক্ষণ প্ৰাপ্ত মোৰ প্ৰিয় এগৰাকী ছাত্ৰীয়ে M.Tech ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্য আয়োজন কৰা সভাত ব্যতিক্ৰমী ৰূপত কেনেদৰে নিজৰ পৰিচয় দাঙি ধৰিছে আহকচোন চাওঁ লগতে তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰো.🙏

যি সকল শুভাকাংশীয়ে Computer Course এতিয়ালৈকে কৰা নাই অথবা Job সমূহত Apply ৰ বাবে  Diploma, Marksheet দুখন লগত ৰখা নাই, স...
26/12/2025

যি সকল শুভাকাংশীয়ে Computer Course এতিয়ালৈকে কৰা নাই অথবা Job সমূহত Apply ৰ বাবে Diploma, Marksheet দুখন লগত ৰখা নাই, সে সকল শুভাকাংশীয়ে 2025 চনৰ চনৰ অন্তিম মাহৰ অহা 31-12-2025.তাৰিখৰ ভিতৰত M.Tech ত আহি Admission কৰিলে নিজকে এবছৰ আগুব়াই লৈ যাব পাৰিব |
Save Money, Save Time, Ends of year 2025.
আপোনাৰ সুবিধানুযায়ী তলৰ Offers সমূহৰ ভিতৰত Admission কৰিব পাৰিব |
👉70% Offers ADCA/PGDCA 1yr Total & Direct Admn Course Fee Rs. 7500/-only.
Admission Seats - 30 nos only. (Books and I-Card Free).
আপোনালোকৰ Relation, Friends সকলৰ মাজত যদি এতিয়াও কোনোবা Computer Course নকৰাকৈ আছে, তেন্তে Admission কৰিবলৈ আগ্ৰহ কৰি থকা সকলক এই Msg টো share কৰি দিলে যথেষ্ট উপকৃত হব | Thanks

আপুনি যদি অতি কম Fee ত  Computer Course কৰিম বুলি অপেক্ষাত আছে, তেন্তে পলম নকৰ আজিয়ে M.Tech লৈ আহি Offer Price ত Admissi...
07/10/2025

আপুনি যদি অতি কম Fee ত Computer Course কৰিম বুলি অপেক্ষাত আছে, তেন্তে পলম নকৰ আজিয়ে M.Tech লৈ আহি Offer Price ত Admission কৰক | Offer ৰ Seats limit আছে |
Last Date লৈকে Admission কৰাৰ বাবে অপেক্ষাত নাথাকিব | Last date ৰ আগতে Offer ৰ Seats Complete হব পাৰে |
M.Tech First Time Launched 90% offer for All well wishers.
SAVE MONEY, SAVE TIME,
Offer Seats Total 20 nos only.
90% Offer Seats Limit.
Last Date of 90% offer Admission on 31-10-2025.
90% offer বিশেষ ভাৱে সক্ষম লোকৰ বাবে ।
Advance pay Seats Book Rs. 1000/- only

90% offers Admission Batches Computer Class begin from Date on 15-11-2025.

যি সকল Students য়ে 80% Offer মতে ADCA/PGDCA 1yr Admission কৰিব, এই সকল Students য়ে Admission কৰা দিনৰ পৰাই Computer Class আৰম্ভ কৰিব পাৰিব |
বহুত Students ৰ Financially সমস্যা থকাৰ বাবে আজি লৈকে Computer Course কৰিব পৰা নাই |
এই 90% offer ত Admission কৰিবৰ বাবে আগ্ৰহ থকা শুভাকাংশী সকলে M.Tech ৰ website: www.mtechcomputeredn.com ত গৈ Students Enrollment ত Form fill up কৰিব পাৰিব |ধন্যবাদ ।
Admission Contact no 8638171103/6001206674

5th Sep 2025 ,Teachers Day Celebration at M.Tech Computer Education Dergaon
05/09/2025

5th Sep 2025 ,Teachers Day Celebration at M.Tech Computer Education Dergaon

Computer Course ৰ বাবে আগ্ৰহীসকলে পলম নকৰি 5th Sep 25 ৰ আগত আহিলে Only 30 % Fees Pay কৰি যিকোনো Course ত Admission কৰিলে...
13/08/2025

Computer Course ৰ বাবে আগ্ৰহীসকলে পলম নকৰি 5th Sep 25 ৰ আগত আহিলে Only 30 % Fees Pay কৰি যিকোনো Course ত Admission কৰিলে Assam Govt. Reg. থকা Diploma সংগ্ৰহ কৰিব পাৰিব। ধন্যবাদ

Computer Course কৰিবৰ বাবে আগ্ৰহ কৰি থকা সকললৈ আহবান:এতিয়া সকলো কামৰ ক্ষেত্ৰতে online ৰ হৈ পৰিছে |সেয়েহে M.Tech Computer...
08/08/2025

Computer Course কৰিবৰ বাবে আগ্ৰহ কৰি থকা সকললৈ আহবান:
এতিয়া সকলো কামৰ ক্ষেত্ৰতে online ৰ হৈ পৰিছে |
সেয়েহে M.Tech Computer Education তো Admission online, Diploma and Marksheet online তে উপলব্দ হৈছে | M.Tech ৰ Course সমূহত অধিক Modules ৰে Practical class দিয়া হয় |
M.Tech লৈ আহি online ত Admission কৰি নাম Enrollment কৰি লওঁক | তেতিয়াহে Job Apply কৰাৰ সময়ত Diploma, Marksheet দুখন Online ত উলিয়াই Apply কৰাত সহজ হব | Now Complete online facilities Available here : 1) Admit card, Diploma, Marksheet etc.
2) এতিয়া M.Tech ত Course কৰা Students সকলৰ বাবে online তে Admit card, Diploma, Marksheet facilities available কৰা হৈছে | Documents Verification ৰ সময়ত Spot Verification কৰাত অতি সহজ হব |
3) Computer Class: weekly 6 day. Any day.
4) Class time : 9.00AM to 5.00 PM ৰ ভিতৰত যিকোনো Time ত আহি Class কৰাৰ সুবিধা Available আছে |

Address

DERGAON;D. K. D COLLEGE Road
Dergaon

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Telephone

+918638171103

Alerts

Be the first to know and let us send you an email when M.Tech Computer Education Dergaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share