26/06/2023
যিজন ব্যক্তিয়ে ২০২৩ চনৰ ৩০ জুন তাৰিখৰ ভিতৰত নিজৰ আধাৰ কাৰ্ডক পেন কাৰ্ডৰ সৈতে সংযোগ নকৰে, তেওঁ নিজৰ পেন কাৰ্ডৰ কাৰ্য্যক্ষমতা হেৰুৱাবলগীয়া হব। মন কৰিবলগীয়া যে ক্লিয়াৰিং হাউছৰ পৰা আৰম্ভ কৰি বেংক আনকি ই-ৱালেটলৈকে আপোনাৰ গ্ৰাহকক জনা (কেৱাইচি)ৰ নীতি-নিয়ম পূৰণ কৰিবলৈ পেন কাৰ্ডৰ প্ৰয়োজন। যদি পেন কাৰ্ড হৈ পৰে তেন্তে এই সকলোবোৰ সেৱাৰ ওপৰত নিৰৱচ্ছিন্নভাৱে প্ৰভাৱ পৰিব।
যোগাযোগ নম্বৰ : ৯৭০৭৩৭৪২৩৯