Independent Skill Development Mission

Independent Skill Development Mission Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Independent Skill Development Mission, Computer training school, Bokakhat.

Admission going on at Harlongbi Velongbi College;Deithor
01/06/2023

Admission going on at Harlongbi Velongbi College;Deithor

নাৰী আৰু সৌন্দৰ্য চৰ্চ্চা এক ওতঃপ্ৰোত সম্পৰ্ক। আমি সকলো মহিলাই নিজক সুন্দৰকে সজাই পৰাই ৰাখি ভাল পাওঁ নহয় জানো? নিজকে কেন...
02/02/2023

নাৰী আৰু সৌন্দৰ্য চৰ্চ্চা এক ওতঃপ্ৰোত সম্পৰ্ক। আমি সকলো মহিলাই নিজক সুন্দৰকে সজাই পৰাই ৰাখি ভাল পাওঁ নহয় জানো? নিজকে কেনেকৈ সজাই তুলিম বা নিজেই নিজৰ মেকআপ কেনেকৈ কৰিম সেয়া নিশ্চয় সকলোৱে শিকিব বিচাৰে নহয় জানো ? আৰু বিনামূলীয়াকৈ যদি শিকিব পাৰে তেতিয়া ? সেয়েহে আমি ISDM এ লৈ আহিছোঁ 3 month Make-up Artist আপোনালোক সকলোলৈ !! সম্পূৰ্ণ বিনামূলীয়া ।

প্ৰয়োজনীয় নথি-পত্ৰ যেনে -
আধাৰ কাৰ্ড
বেঙ্ক পাচবুকৰ প্ৰথম পৃষ্ঠা-
শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ -
পাছপোৰ্ট ফটো দুকপি ---
বয়সৰ সীমা -- ১৮ পৰা ৩২ বছৰ
এই সকলোবোৰৰে দুটাকৈ জেৰক্স কপি লগত দিব লাগিব ।
ভ্ৰাম্যভাষ --- 7002782089,70024 05183

শীঘ্ৰে এই ঠিকনাত যোগাযোগ কৰক ( অসম দক্ষতা বিকাশ অভিযানৰ স্বীকৃতি প্ৰাপ্ত শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হয়)

অসম চৰকাৰৰ " অসম স্কীল ডেভেলপমেণ্ট মিছনৰ অধীনত" ( Assam Skill Development Mission ) ৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ নিয়োগ...
01/02/2023

অসম চৰকাৰৰ " অসম স্কীল ডেভেলপমেণ্ট মিছনৰ অধীনত" ( Assam Skill Development Mission ) ৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ নিয়োগৰ বাবে গুণগত দক্ষতা বিকাশ কৰা, বিভিন্ন খণ্ডত উদ্যমিতাৰ বিকাশত উদগনি জনোৱা আৰু নানা ধৰণৰ বিকাশৰ কাৰণে নিবনুৱা যুৱক-যুৱতী সকলক আত্মনিৰ্ভৰশীল হ'বলৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । প্ৰশিক্ষণৰ যি পাঠ্যক্ৰম সেয়া সম্পূৰ্ণ বিনামূলীয়া । পাঠ্যক্ৰমৰ বিষয় হ'ল-----

Electronician( ইলেক্ট্ৰীচিয়ান) - ৩ মাহ

প্ৰয়োজনীয় নথি-পত্ৰ যেনে -
আধাৰ কাৰ্ড
বেঙ্ক পাচবুকৰ প্ৰথম পৃষ্ঠা-
শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ -
পাছপোৰ্ট ফটো দুকপি ---
বয়সৰ সীমা -- ১৮ পৰা ৩২ বছৰ
এই সকলোবোৰৰে দুটাকৈ জেৰক্স কপি লগত দিব লাগিব ।
ভ্ৰাম্যভাষ --- 7002782089,70024 05183

শীঘ্ৰে এই ঠিকনাত যোগাযোগ কৰক ( অসম দক্ষতা বিকাশ অভিযানৰ স্বীকৃতি প্ৰাপ্ত শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হয়)

Address

Bokakhat
785612

Website

Alerts

Be the first to know and let us send you an email when Independent Skill Development Mission posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share