Digitech assam

Digitech assam Computer Education and Training Center IT Education & Training Centre. We also provide Coaching Classes for all types of Competitive & Entrance Examinations.

Contact for details.

14/04/2023
02/03/2023
01/10/2022

Happy durga puja

 -2021 #(FOR LP/UP)  মৰমৰ ছাত্ৰ-ছাত্ৰীসকল,তোমালোকৰ বহু অপেক্ষিত TET পৰীক্ষা অহা 24 অক্টোবৰত অনুষ্ঠিত হব। হাতত মাত্ৰ কেইট...
22/09/2021

-2021
#(FOR LP/UP)


মৰমৰ ছাত্ৰ-ছাত্ৰীসকল,
তোমালোকৰ বহু অপেক্ষিত TET পৰীক্ষা অহা 24 অক্টোবৰত অনুষ্ঠিত হব। হাতত মাত্ৰ কেইটামান দিনহে আছে। বিগত বছৰবোৰৰ দৰে TET পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এইবাৰো কোচিংৰ ব্যৱস্থা কৰিবলৈ তোমালোকে কৰি থকা অনুৰোধ ৰক্ষা কৰিবৰ জোখাৰে আমাৰ হাতত মুঠেই সময় নাই। কাৰণ কোচিং ক্লাছলৈ অহা-যোৱাৰ নামতে বহুতো সময় নষ্ট হয়।

এই অসুবিধালৈ লক্ষ্য কৰি আমি এইবাৰ এক নতুন প্ৰচেষ্টা কৰিবলৈ প্ৰয়াস কৰিছো। সেয়া হল- মাৰাথান ক্লাছ। এটা বিষয়ৰ ক্নাছ হব মুঠেই 2 দিন। এটা ক্লাছৰ সময় হব 5 ঘন্টাকৈ। 2 দিনত সম্পূৰ্ণ চিলেৱাছ সামৰি লোৱা হব।

যিহেতু 2 দিনত সম্পূৰ্ণ চিলেৱাছ সামৰি লোৱা হব, আমি আমাৰ অভিজ্ঞতাৰ পৰা বিষয়টোৰ গুৰুত্বপূৰ্ণ তথা অন্য গাইড বুক বা বজাৰত সুলভ কিতাপবোৰত উপেক্ষিত তথা পৰীক্ষাৰ দৃষ্টিভংগীৰ পৰা প্ৰয়োজনীয় বিষয়বোৰৰ ওপৰত আলোচনা কৰিম। গতিকে আমাক ক্লাছলৈ অহাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলক আমি বজাৰত উপলব্ধ যি কোনো এখন ভাল গাইডবুক প্ৰথমে অধ্যয়ন কৰি লবলৈ অনুৰোধ কৰিছো।
এটা বিষয়ৰ 2টা মাৰাথান ক্লাছ হোৱাৰ পিছত প্ৰত্যোক বিষয়ৰ আৰু একোটাকৈ ক্লাছ হব যাত ছাত্ৰ-ছাত্ৰীসকলে নিজক doubts বোৰ clarify কৰিব পাৰিব।
Marathon Class Starts from: 25th Sep, 2021
Course Fees: Rs 750/- Per Subjects
ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে তলত দিয়া লিংকত গৈ মাৰাথান ক্লাছৰ কাৰণে নিজৰ নাম পণ্জীয়ন কৰিব পাৰিব বা আমালৈ তলত দিয়া নম্বৰ সমূহত ফোন বা WhatsApp কৰিব পাৰে।
Ph No: 8638007698, 9401298551, 9954111838, 9101726795


https://forms.gle/RAU6DQf7EXXc7XAX7

17/09/2021

22/02/2021

সু খবৰ
ইয়াৰ দ্বাৰা সমূহ বিশ্বনাথ চাৰিআলিৰ সমূহ ৰাইজক জনোবা হয় যে, আহা ইংৰাজীৰ 20/02/2021 তাৰিখ ৰ পৰা বিশ্বনাথ চাৰিআলিৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ “ডিজিটেকত” ৰ উদ্যোগত কৰোণা মহামাৰীৰ ফলত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত হোৱা ক্ষতিপূৰণৰ কিছু অংশ পূৰণৰ অৰ্থে সম্পূৰ্ণ বিনামূলীয়াকৈ পঞ্চম,ষষ্ট,সপ্তম আৰু অষ্টম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰা হৈছে । সেয়েহে ইচ্ছুক ছাত্ৰ- ছাত্ৰীয়ে 20/02/2021 ৰ পৰা 25/02/2021 তাৰিখৰ ভিতৰত “ডিজিটেকত” যোগাযোগ কৰি নাম পঞ্জীয়ন কৰিব পাৰিব ।(প্ৰতি শ্ৰেণীৰ আসন মাত্ৰ 20 খন )

Address

Bamgaon
Biswanath Chariali
784176

Opening Hours

Monday 9am - 5pm
6pm - 9pm
Tuesday 9am - 5pm
6pm - 9pm
Wednesday 9am - 5pm
6pm - 9pm
Thursday 9am - 5pm
6pm - 9pm
Friday 9am - 5pm
6pm - 7pm
Saturday 9am - 5pm
Sunday 10am - 12:30pm

Telephone

9864390279

Alerts

Be the first to know and let us send you an email when Digitech assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Digitech assam:

Share