15/09/2026
১৯৯৬ চনৰ পৰা আপোনালোকৰ বিশ্বাস আৰু মৰমক সাৰথি কৰি Deka Electronics Centre-এ আপোনাৰ ইলেক্ট্ৰনিকছৰ প্ৰয়োজন পূৰণ কৰি আহিছে।
মোবাইল ফোনৰ পৰা TV, ফ্ৰিজ, ৱাশ্বিং মেচিন, লাইটিং, কেবল আৰু অন্যান্য ইলেক্ট্ৰনিকছ—আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী একে ঠাইতে।
আমি বিশ্বাস কৰোঁ, ব্যৱসায় কেৱল সামগ্ৰী বিক্ৰী কৰা নহয় ,বিশ্বাস গঢ়ি তোলা আৰু গ্ৰাহকৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক বজাই ৰখাটোৱেই প্ৰকৃত ব্যৱসায়।