জীৱন

জীৱন জীৱনত কেতিয়াবা এনে সময় আহে, য'ত আমি বাচি আছো নে মৰিছোঁ গমেই পোৱা নাযায়।

30/10/2025
30/07/2025

বন্ধুত্ব, বিশ্বাস আৰু ভালপোৱা এইবোৰ বিনামূলীয়াকৈ পোৱা যায় কিন্তু অর্জন ক'ৰাৰ ক্ষমতা থাকিব লাগে তেতিয়া হে বিনামূলীয়াকৈ পোৱা যায়।

02/07/2025

ভিতরে ভিতরে একদম শেষ হয়ে যাচ্ছি
কাউকে কিছু বলতে পারছি না!
অজানা কষ্টগুলা খুড়ে-খুড়ে খাচ্ছে!
চিৎকার করে কাঁদতে ইচ্ছে করছে,
কিন্তু কাঁদতে ও পারছি না!
কাউকে বুঝাতে পারছি না
আমি কেমন আছি! কি করছি!
কিভাবে কাটছে আমার দিন!
শুধু এটা জানি আমি ভালো নেই!
সত্যিই আমি ভালো নেই!!

26/06/2025

কেতিয়াবা কেতিয়াবা সামান্য ভুল কৰি গোটেই জীৱন পস্তাব লগা হয় সেয়ে কোনো কাম ক'ৰাৰ আগত বহুত বাৰ ভাবি চিন্তি কাম কৰিব লাগে।

10/03/2025

Hi friends, how are you all ?

08/05/2023

Hi, how are you dear all friend?

এজন সফল ব্যক্তিৰ লগত সকলোৱে থাকেকিন্তু তেওঁৰ সফলতাপ্ৰাপ্তিৰ সংগ্ৰামত তেওঁ অকলশৰীয়াহে আছিল।
02/10/2022

এজন সফল ব্যক্তিৰ লগত সকলোৱে থাকে
কিন্তু তেওঁৰ সফলতা
প্ৰাপ্তিৰ সংগ্ৰামত তেওঁ অকলশৰীয়াহে আছিল।

এই পৃথিৱীত,ভালপোৱাৰ অধিকাৰসকলোৰে আছে।কিন্তু ভালপোৱামানুহজনক/জনীকপোৱাৰ অধিকাৰহয়তোবা সকলোৰে নাই !
09/08/2022

এই পৃথিৱীত,
ভালপোৱাৰ অধিকাৰ
সকলোৰে আছে।
কিন্তু ভালপোৱা
মানুহজনক/জনীক
পোৱাৰ অধিকাৰ
হয়তোবা সকলোৰে নাই !

তোমাৰ সৌন্দৰ্যই হয়তোবা তোমাকখন্তেকীয়া সুখ দিব পাৰিব,কিন্তু তোমাৰ সততাইতোমাক মানুহৰ মাজতচিৰকাল জীয়াই ৰাখিব।
28/07/2022

তোমাৰ সৌন্দৰ্যই হয়তোবা তোমাক
খন্তেকীয়া সুখ দিব পাৰিব,
কিন্তু তোমাৰ সততাই
তোমাক মানুহৰ মাজত
চিৰকাল জীয়াই ৰাখিব।

Address

Barpeta
781319

Telephone

+919365258317

Website

Alerts

Be the first to know and let us send you an email when জীৱন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to জীৱন:

Share