20/06/2020
প্ৰতিযোগি ক্ৰমিক নং:- 125
প্ৰতিযোগি নাম : Amir Barman
বয়স: 18 বছৰ
ঠিকনা: Barpeta road, Dist: Barpeta
***ONLINE ART COMPETITION***
নমস্কাৰ অসমবাসী ৰাইজ,
বৰ্তমান পৰিস্থিতিত প্ৰকৃতিৰ দৈন্যতাত ধৰাৰ বুকুত এতিয়া কʼৰʼণা ৰ আতংকই বিৰাজ কৰিছে । চৰকাৰৰ
নিৰ্দেশাৱলী মানি সকলো ঘৰতে থাকি *IAPS COMPUTER EDUCATION,KHANAMUKH* ফেচবুক
পেজৰ উদ্যোগত সদৌ অসম ভিত্তিত চিত্ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
গতিকে ইচ্ছুক প্ৰতিযোগিসকলে এখন উন্নত মানদণ্ডৰ চিত্ৰ নিজৰ নাম, বয়স, ঠিকনা সহ আমাৰ
অফিচিয়েল whatsapp number অথবা Emailত প্ৰেৰণ কৰক ।
নিয়মাৱলী :
১. চিত্ৰ খন পেঞ্চিল আৰু ৰঙীন দুয়োধৰনে গ্ৰহণ যোগ্য হʼব ।
২.লাইক , কমেন্ট আৰু চেয়াৰৰ ভিত্তিত বিজয়ী ঘোষণা কৰা হ'ব।
৩. এটা লাইক = ২ নম্বৰ
এটা কমেন্ট = ৩ নম্বৰ
এটা চেয়াৰ = ৫ নম্বৰ
৪.এজন লোকে কেৱল এটা কমেন্ট আৰু এটা চেয়াৰ কৰিব পাৰিব।
৫.প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা সকলে আমাৰ অফিচিয়েল পেজ IAPS COMPUTER
EDUCATION,KHANAMUKH লাইক কৰিব লাগিব ।
৬. সৰ্বোচ্চ নম্বৰ লাভ কৰা জনক বিজয়ী ঘোষণা কৰি পেজৰ শ্ৰেষ্ঠ ফটো হিচাপে ঘোষণা কৰা হ'ব লগতে
সেই চিত্ৰ খন এমাহৰ কাৰণে আমাৰ কʼভাৰ ফটো হিচাপে ৰখা হʼব ।
৭. বিজয়ী প্ৰতিযোগী জনক এটি আকৰ্ষণীয় পুৰস্কাৰে পুৰস্কিত কৰা হʼব ।
৮. অংশগ্ৰহণৰ শেষ তাৰিখ ২০ জুন,২০২০ ।
৯. ২৫জুনৰ সন্ধ্যা বিজয়ীৰ নাম ঘোষণা কৰা হ'ব।
১০. ২১জুনৰ ৰাতি ১২ বজালৈকে লাভ কৰা নম্বৰৰ ভিত্তিত ফলাফল ঘোষণা কৰা হ'ব।
১১. প্ৰতিযোগী সকলে পেজটো লাইক কৰাতো বাধ্যতামূলক।
১২. আমাৰ অফিচিয়েল পেজত হোৱা লাইক, কমেন্ট আৰু চেয়াৰ ওপৰত নিৰ্ভৰ কৰি বিজয়ী প্ৰতিযোগী
নিৰ্বাচন কৰা হʼব ।
👉 ইচ্ছুক সকলে পেজৰ whatsapp number অথবা Emailত ফটো পঠিয়াবলৈ অনুৰোধ জনালো ।
হোৱাটচ এপ নাম্বাৰ-
7002061647
Email id:- [email protected]
Our fb page link 🔗 :: https://www.facebook.com/khanamukhiaps/
সেৱাৰে ~
ICON ACADEMY OF PROFESSIONAL STUDY
KHANAMUKH CENTRE