26/03/2026
ৰাজনৈতিক নেতা আৰু তেওঁলোকৰ শিক্ষাগত অৰ্হতা।
প্ৰশ্ন ১: আপোনাৰ মতে এজন ৰাজনৈতিক নেতাৰ, অন্তত কিমানখিনি শিক্ষাগত অৰ্হতা থকা উচিত?
প্ৰশ্ন ২: আপোনাৰ সমষ্টিৰ কোনগৰাকী নেতা আপোনাৰ প্ৰিয় আৰু তেওঁৰ কোনটো কামৰ বাবে তেওঁক আপুনি সমৰ্থন জনাব খোজে?
প্ৰশ্ন ৩: পাৰ্টী নে পাৰ্থী, আপোনাৰ প্ৰথম পচন্দ?
বাতৰিৰ আঁৰত: Robin Moran