CICE Chitra Institute of Computer Education

CICE Chitra Institute of Computer Education Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from CICE Chitra Institute of Computer Education, Computer training school, Rangia.

আজি আমাৰ চি আই চি ই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ৰ 2024-25 বৰ্ষ ৰ বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত হয়।                           ...
27/07/2025

আজি আমাৰ চি আই চি ই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ৰ 2024-25 বৰ্ষ ৰ বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত হয়। The Annual Examination of our CICE Computer Training Center for the year 2024-25 was held today.27/07/2025

যোৱা ৫ চেপ্তেম্বৰ ২০২৪ শিক্ষক দিৱসৰ দিনা আমাৰ  চি আই চি ই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র মধুকুছি শাখা ৰ প্ৰথম গ্ৰুপ টো ৰ বছ...
19/09/2024

যোৱা ৫ চেপ্তেম্বৰ ২০২৪ শিক্ষক দিৱসৰ দিনা আমাৰ চি আই চি ই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র মধুকুছি শাখা ৰ প্ৰথম গ্ৰুপ টো ৰ বছৰেকীয়া পৰীক্ষা ৰ ৰিজাল্ট লগতে ছাত্র ছাত্রী ক চাৰ্টিফিকেট প্ৰদান কৰা হয়৷

যোৱা ১০/০৮/২০২৪  তাৰিখে আমাৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র ত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হয়।
07/09/2024

যোৱা ১০/০৮/২০২৪ তাৰিখে আমাৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্র ত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হয়।

11/07/2024
মধুকুছি শাখা ৰ আজি প্ৰথম প্ৰতিষ্ঠা দিৱস ত আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্রী ৰ লগত উঠা ফটো।
10/07/2024

মধুকুছি শাখা ৰ আজি প্ৰথম প্ৰতিষ্ঠা দিৱস ত আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্রী ৰ লগত উঠা ফটো।

10/07/2024

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোক সকলোৰে মৰম আৰু আশীৰ্বাদত আজি CICE COMPUTER INSTITUTE (Madhukuchi Branch)এ ১ বছৰ অতিক্ৰম কৰিলে। অনাগত দিনবোৰতো যাতে আমি সুকলমে ছাত্র ছাত্রী ক উন্নত শিক্ষা দি যাব পাৰোঁ তাৰ বাবে সকলোৰে মৰম-আশীৰ্বাদ, শুভকামনা তথা সু দিহা-পৰামৰ্শ বিচাৰিছোঁ।
ধন্যবাদ l
CICE COMPUTER INSTITUTE MADHUKUCHI BRANCH

Welcome to CICE family
20/02/2024

Welcome to CICE family

Address

Rangia

Telephone

+919101650772

Website

Alerts

Be the first to know and let us send you an email when CICE Chitra Institute of Computer Education posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share