Faraji Online Centre

Faraji Online Centre All online solutions are done here under one roof. We are registered on MSME and GST tax payer

CSC seva, Banking, Insurance, e-Dist., Printing, PVC card, Aadhaar, Pan, Passport, Job apply, Admission, GST, MSME registration, and other services.

আপোনাৰ বিশ্বাস আমাৰ পৰামৰ্শ আৰু দায়িত্ব। আপোনাৰ নথিপত্ৰৰ যাবতীয় দোষত্রুটি মুক্ত আমাৰ লক্ষ্য। যিকোনো সেৱাৰ বাবে যোগাযোগ ...
30/05/2026

আপোনাৰ বিশ্বাস আমাৰ পৰামৰ্শ আৰু দায়িত্ব।
আপোনাৰ নথিপত্ৰৰ যাবতীয় দোষত্রুটি মুক্ত আমাৰ লক্ষ্য।
যিকোনো সেৱাৰ বাবে যোগাযোগ কৰিব পাৰে।

14/02/2025

।।নাম ভৰ্তি চলি আছে।।
আপোনাৰ অথবা আপোনাৰ নিজৰ পৰিয়ালৰ সদস্যক কম্পিউটাৰ প্ৰশিক্ষণৰ বাবে যোগাযোগ কৰক।

যদি আপুনি ভাৰতৰ আটাইতকৈ শক্তিশালী document (Passport) বনাবলৈ আগ্রহী তেন্তে আমাৰ ইয়াতে অতি কম খৰচত, কম সময়ত অনলাইন কৰি p...
09/02/2025

যদি আপুনি ভাৰতৰ আটাইতকৈ শক্তিশালী document (Passport) বনাবলৈ আগ্রহী তেন্তে আমাৰ ইয়াতে অতি কম খৰচত, কম সময়ত অনলাইন কৰি passport বনাব পাৰিব। আমাৰ একমাত্র নিৰ্ভৰযোগ্য সমূহীয়া সেৱা কেন্দ্র (CSC) Faraji Online Centre.

যিটো পৰিচালিত হয় Ansarul Hoque ৰ দ্বাৰা। স্থান- কালিয়াডিঙ্গা বজাৰ, ডাক ঘৰৰ ওচৰত।

আমাৰ এই কেন্দ্রত আপোনালোকৰ সুবিধাৰ্থে যান-বাহনৰ বীমা, পঞ্জীকৰণ, Ownership Transfer, Driving Licence আৰু অন্যান্য কামসমূহ...
17/05/2024

আমাৰ এই কেন্দ্রত আপোনালোকৰ সুবিধাৰ্থে যান-বাহনৰ বীমা, পঞ্জীকৰণ, Ownership Transfer, Driving Licence আৰু অন্যান্য কামসমূহ ইয়াতে কৰিব পাৰিব।
সকলোধৰণৰ অনলাইন কাম-কাজৰ লগতে DTP, Design (Banner, Visiting card, Leaflet) আৰু পৰীক্ষাৰ প্ৰশ্ন, চিঠি লগতে অন্যান্য কাম-কাজ আমাৰ কালিয়াডিঙ্গা স্হিত সমূহীয়া সেৱা কেন্দ্র Common Services Centre (CSC) ইয়াতে কৰিব পাৰিব।

Run by Ansarul Hoque

Wishing Eid Mubarak
11/04/2024

Wishing Eid Mubarak

17/02/2024

প্ৰিয় বন্ধুসকল,
HSLC/HS 2024 ত অৱতীৰ্ণ হোৱা সকলো শিক্ষার্থীক বিনামূলীয়া ইংৰাজী শিকি ভাৰত চৰকাৰৰ স্বীকৃত মানপত্র পোৱাৰ সুযোগত সহযোগিতা আগবঢ়াই এই পত্র শিক্ষার্থীক অথবা অভিভাৱক সকলক বিতৰণ কৰি দিয়ে যেন।

Run by Ansarul Hoque

01/01/2024
14/12/2023

গ্ৰাম্য আৰু চহৰঞ্চলৰ পৰম্পৰাগত শিল্পী আৰু শিল্পকৰ্মীসকলক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে কেতবোৰ আঁচনি গ্ৰহণ কৰিছে।"পি এম বিশ্বকৰ্মা"শীৰ্ষক এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আজিয়েই আপোনাৰ ওচৰৰ কমন চাৰ্ভিছ চেন্টাৰ (CSC)ত গৈ পঞ্জীয়ন কৰক।

CSC (অৰুণোদয় কেন্দ্র) মানে Faraji Online Centre, কালিয়াডিঙ্গা ডাক ঘৰৰ ওচৰত, জুৰীয়া, নগাঁও। Ansarul Hoque ৰ দ্বাৰা পৰি...
20/11/2023

CSC (অৰুণোদয় কেন্দ্র) মানে Faraji Online Centre, কালিয়াডিঙ্গা ডাক ঘৰৰ ওচৰত, জুৰীয়া, নগাঁও।
Ansarul Hoque ৰ দ্বাৰা পৰিচালিত।

Assam Govt. Direct Requirement for 12600 post......Link activated...... Contact for apply.
10/11/2023

Assam Govt. Direct Requirement for 12600 post......Link activated...... Contact for apply.

Address

Nagaon

Alerts

Be the first to know and let us send you an email when Faraji Online Centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Faraji Online Centre:

Share

Category