Moromor Majuli মৰমৰ মাজুলী

Moromor Majuli মৰমৰ মাজুলী সকলোকে Moromor Majuli ফেচবুক পেজলৈ স্বাগতম জনালোঁ।
(1)

নমস্কাৰ বন্ধু-বান্ধৱী, ককাই-ভাই, বাই-ভনী, ভাই-ভনী আপোনালোক সকলোলৈকে মৰমৰ মাজুলী ফেচবুক পেজৰ তৰফৰ পৰা স্বাগতম জনালো। মাজুলীৰ হৈ কিবা এটা কৰাৰ অদম্য হেপাহ আছিল কিন্তু কিছু ব্যক্তিগত সমস্যাৰ বাবে বহু দুৰৈত থাকিব লগা হৈছে। তথাপিও মাজুলীয়ান হিচাপেই মোৰ চিনাকী বা মাজুলীয়েই মোৰ প্ৰথম পৰিচয়। আপোনালোকৰ সহায় সহযোগীতাৰ বাবেই মৰমৰ মাজুলী আজিৰ এই পৰ্যায় পাইছেহি।

সকলোলৈকে অশেষ ধন্যবাদ।
মৰমৰ মাজুলী Moromor Majuli

08/09/2026

মাজুলীৰ যুৱ চাম কোন দিশে গতি কৰিছে? মাজুলীত ধুনাগুৰি দলঙৰ ওপৰত ড্ৰাগছ সৰবৰাহকাৰী তিনিজন যুৱকৰ সৈতে দুখন বাইক আটক কৰিছে।

আমাৰ বাবে এইটো অতিকে সুখবৰ 🙏
06/09/2026

আমাৰ বাবে এইটো অতিকে সুখবৰ 🙏

মাজুলী বাসীৰ বাবে আজি এটা বিশেষ দিন আমাৰ হিয়া আমঠু জুবিন দা প্রতিমূর্তি মাজুলী শালমৰা গাওঁত আজি প্ৰতিষ্ঠা কৰা হৈছে🙏গৰিম...
06/09/2026

মাজুলী বাসীৰ বাবে আজি এটা বিশেষ দিন আমাৰ হিয়া আমঠু জুবিন দা প্রতিমূর্তি মাজুলী শালমৰা গাওঁত আজি প্ৰতিষ্ঠা কৰা হৈছে🙏
গৰিমা বৌ উপস্থিত প্রতিমূর্তি স্থাপন কৰা হয়🙏

আমাৰ ৰজাৰ জোতা যোৰ। আজিওঁ সযত্নে ৰাখিছে বৌৱে🙏
05/09/2026

আমাৰ ৰজাৰ জোতা যোৰ। আজিওঁ সযত্নে ৰাখিছে বৌৱে🙏

03/09/2026

Big braking news ⚠️🚨
পানী নোসোমোৱাকৈ যদি কোনোবা মানুহে পইচা ১৫০০০ পাইছে, তেনেহলে ভৰিব লাগিব,
৫০ হাজাৰ কৈ টকা
😱😱

স-সন্মানেৰে জুবিন দাৰ প্ৰতিমূৰ্তি ভাগ লৈ অনা হৈছে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ।  Moromor Majuli মৰমৰ মাজুলী
31/08/2026

স-সন্মানেৰে জুবিন দাৰ প্ৰতিমূৰ্তি ভাগ লৈ অনা হৈছে ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ।



Moromor Majuli মৰমৰ মাজুলী

ক্ষোভ কি ৰাইজে দেখাই দিছে, পথৰ দুৰাৱস্থা বহুত শোচনীয়।
31/08/2026

ক্ষোভ কি ৰাইজে দেখাই দিছে, পথৰ দুৰাৱস্থা বহুত শোচনীয়।

31/08/2026

🖋মাজুলীৰ কমলাবাৰীত ভয়ংকৰ দুৰ্ঘটনাত নিহত ছবি পৰিচালক, সাংস্কৃতিক কৰ্মী নিমানন্দ দাস।
🖋নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰিল নিমানন্দ দাসৰ বাহন।
😊মাজুলীত ছবি নিৰ্মাণৰ কামত ব্যস্ত আছিল ছবি পৰিচালক তথা সাংস্কৃতিক কৰ্মীগৰাকী।

30/08/2026

বাপেকৰ সম্পত্তিৰে নিজৰ জীৱন গঢ়াটো খুবেই সহজ,
কিন্তু শূণ্যৰ পৰা নিজেই নিজৰ জীৱন গঢ়ি তুলিবলৈ বুকুত দম থাকিব লাগিব!!

৭২ ঘন্টাৰ ভিতৰত নেপাললৈ পুনৰ জলপ্ৰলয় অহাৰ আশংকা। চীনৰ পৰা আহিছে ভয়ংকৰ সতৰ্কবাণী।
28/08/2026

৭২ ঘন্টাৰ ভিতৰত নেপাললৈ পুনৰ জলপ্ৰলয় অহাৰ আশংকা। চীনৰ পৰা আহিছে ভয়ংকৰ সতৰ্কবাণী।

Address

Majuli

Alerts

Be the first to know and let us send you an email when Moromor Majuli মৰমৰ মাজুলী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Moromor Majuli মৰমৰ মাজুলী:

Shortcuts

Share