Kharupetia ESD

Kharupetia ESD Electricity Department

খাৰূপেটিয়া বিদ্যুৎ উপ-সংমণ্ডল অন্তৰ্গত কামাৰপৰা, ৩ নং বৰুৱাঝৰ, চোকাবাঁহী আদি বিভিন্ন অঞ্চলত অবৈধ বিদ্যুৎ সংযোজন/বিদ্যুৎ ...
20/09/2024

খাৰূপেটিয়া বিদ্যুৎ উপ-সংমণ্ডল অন্তৰ্গত কামাৰপৰা, ৩ নং বৰুৱাঝৰ, চোকাবাঁহী আদি বিভিন্ন অঞ্চলত অবৈধ বিদ্যুৎ সংযোজন/বিদ্যুৎ চুৰি বিৰুদ্ধে চলা অভিযানৰ কিছু আলোকচিত্ৰ____

E-rickshaw ই যদিও চহৰ পৰা নিকতৱৰ্তী অঞ্চলৰ যাতায়তৰ সুবিধা কৰি দিছে তথাপিও APDCL নিচিনা DISCOM ৰ বাবে কিছু অঞ্চলত SPEED ...
20/09/2024

E-rickshaw ই যদিও চহৰ পৰা নিকতৱৰ্তী অঞ্চলৰ যাতায়তৰ সুবিধা কৰি দিছে তথাপিও APDCL নিচিনা DISCOM ৰ বাবে কিছু অঞ্চলত SPEED BREAKER (অবধ্য বিদ্যুৎ সংযোজনৰ ফলত) নিচিনা কাম কৰিছে

খাৰূপেটিয়া বিদ্যুৎ উপ-সংমণ্ডল অন্তৰ্গত বেচিমাৰি, দলগাওঁ খুঁটি, ৰোহিনিখুটি আদি বিভিন্ন অঞ্চলত অবৈধ বিদ্যুৎ সংযোজন/বিদ্যুৎ...
19/09/2024

খাৰূপেটিয়া বিদ্যুৎ উপ-সংমণ্ডল অন্তৰ্গত বেচিমাৰি, দলগাওঁ খুঁটি, ৰোহিনিখুটি আদি বিভিন্ন অঞ্চলত অবৈধ বিদ্যুৎ সংযোজন/বিদ্যুৎ চুৰি বিৰুদ্ধে চলা অভিযানৰ কিছু আলোকচিত্ৰ____

26/01/2024

APDCL wishes you a Republic Day filled with the energy of unity, progress, and positivity.

বিদ্যুৎ কৰ্মচাৰী ওপৰত মিছা অভিযোগ অনা ২নং অৰিমাৰি নিবাসী আব্দুল হকৰ ঘৰত অহা বিদ্যুৎ বিলৰ তথ্য
19/10/2023

বিদ্যুৎ কৰ্মচাৰী ওপৰত মিছা অভিযোগ অনা ২নং অৰিমাৰি নিবাসী আব্দুল হকৰ ঘৰত অহা বিদ্যুৎ বিলৰ তথ্য

অবৈধ বিদ্যুৎ সংযোগ বিৰুদ্ধে KHARUPETIA ELECTRICAL SUB-DIVISION অন্তহীন অভিযান চলি আছে আৰু অনাগত দিনতো চলি থাকিব _
19/09/2023

অবৈধ বিদ্যুৎ সংযোগ বিৰুদ্ধে KHARUPETIA ELECTRICAL SUB-DIVISION অন্তহীন অভিযান চলি আছে আৰু অনাগত দিনতো চলি থাকিব _

জাননীKharupetia Electrical Sub-division ৰ অন্তৰ্গত সকলো বিদ্যুৎ গ্ৰাহকলৈ এটা গুৰুত্বপূৰ্ণ বাতৰি । আপোনালোক সকলোৱে নিশ্চয়...
02/09/2023

জাননী
Kharupetia Electrical Sub-division ৰ অন্তৰ্গত সকলো বিদ্যুৎ গ্ৰাহকলৈ এটা গুৰুত্বপূৰ্ণ বাতৰি । আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে যোৱা কেইদিনমানৰ পৰা অত্যাধিক হাৰত লোড শ্বেডিং হৈ আছে । ইয়াৰ কাৰণ হৈছে যোৱা কেইদিনমানৰ পৰা সমগ্ৰ দেশতে শক্তি উৎপাদনৰ হাৰ অভাবনীয় ভাৱে হ্ৰাস পাইছে । APDCLৰ দৰে দেশৰ শক্তি বিতৰণ কোম্পানী বোৰে শক্তি উৎপাদনকাৰী প্ৰতিষ্ঠান সমুহৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলৈ INDIAN ENERGY EXCHANGE বুলি প্ৰতিষ্ঠান এটাৰ সহায় লয় । সাধাৰণ ভাষাত কব গ'লে এইটো হ'ল বিদ্যুৎ কিনা-বেচাৰ এখন বজাৰ । ইয়াত শক্তি উৎপাদনকাৰী প্ৰতিষ্ঠানবোৰে নিজে উৎপাদন কৰা বিদ্যুৎ বিক্ৰী কৰে আৰু আমাৰ APDCLৰ দৰে বিদ্যুৎ বিতৰণকাৰী প্ৰতিষ্ঠানবোৰে তাৰ পৰা ক্ৰয় কৰে । বৰ্তমান এইখন বজাৰত ক্ৰয় কৰিবলৈ বিদ্যুৎ নোহোৱা হৈ পৰিছে । সেয়েহে APDCLৰ মুঠ চাহিদাৰ তুলনাত অতি ক'ম পৰিমানৰ বিদ্যুৎ আমি কিনিব পাৰিছো ।বৰ্তমান সময়ত ক্ৰয় কৰা উক্ত ক'ম পৰিমানৰ বিদ্যুৎৰ পৰাই ৰাইজক বিদ্যুৎ যোগান ধৰিব লগা হৈছে যাৰ ফলত লোড শ্বেডিং সঘনাই হৈ আছে । এই অৱস্থা আগন্তুক কিছু দিনলৈ চলি থাকিব বুলি আমাক জনোৱা হৈছে ।

গতিকে সমুহ ৰাইজৰ ওচৰত আমি নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিব নোৱাৰা বাবে ক্ষমাপ্ৰাৰ্থী । পৰিস্থিতি অলপ উন্নত হ'লেই আমি আগৰ দৰে বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হ'ম । এই সময়খিনিত সকলো ৰাইজৰ পৰা আমি সহযোগীতা কামনা কৰিছো !
ধন্যবাদ ।

Electric Rickshaws যদিও যুৱ প্ৰজন্মৰ বাবে কৰ্মজীৱনৰ  এক নতুন পথ তথাপিও এই E -Rickshaw.....APDCL ৰ নিচিনা DISCOM কোম্পানী...
23/08/2023

Electric Rickshaws
যদিও যুৱ প্ৰজন্মৰ বাবে কৰ্মজীৱনৰ এক নতুন পথ তথাপিও এই E -Rickshaw.....APDCL ৰ নিচিনা DISCOM কোম্পানী বাবে কিছু বক্তিয়ে অভিশাপৰ পৰিণত কৰিছে l

"শূণ্য সহনশীলতা "বিদ্যুৎ চুৰিৰ বিৰুদ্ধে খাৰুপেটিয়া বিদ্যুৎ উপসংমন্ডলৰ  অভিযান অব্যহাত আছেl
17/08/2023

"শূণ্য সহনশীলতা "
বিদ্যুৎ চুৰিৰ বিৰুদ্ধে খাৰুপেটিয়া বিদ্যুৎ উপসংমন্ডলৰ অভিযান অব্যহাত আছেl

আমাৰ সন্মানীয় উপভোক্তা সকলক অজ্ঞাত উৎসৰ পৰা প্ৰেৰণ কৰা বিভিন্ন প্ৰৱঞ্চনামূলক এছএমএছৰ পৰা সাৱধান হ’বলৈ অনুৰোধ জনোৱা হৈছে ...
11/08/2023

আমাৰ সন্মানীয় উপভোক্তা সকলক অজ্ঞাত উৎসৰ পৰা প্ৰেৰণ কৰা বিভিন্ন প্ৰৱঞ্চনামূলক এছএমএছৰ পৰা সাৱধান হ’বলৈ অনুৰোধ জনোৱা হৈছে | অনুগ্ৰহ কৰি এনে প্ৰেৰক/কল কৰাজনক কোনো তথ্য প্ৰদান নকৰিব, কোনো সন্দেহজনক লিংকত ক্লিক নকৰিব বা কোনো অজ্ঞাত এপ্লিকেচন ডাউনলোড নকৰিব। যদি আপুনি এনে কোনো বাৰ্তা লাভ কৰে তেন্তে অনুগ্ৰহ কৰি আপোনাৰ APDCL বিলিং কাৰ্যালয় বা ১৯১২ নম্বৰত যোগাযোগ কৰক। APDCL এ কেৱল 'DAPDCL' ৰ পৰা বাৰ্তা প্ৰেৰণ কৰে।

Address

Kharupatia

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Kharupetia ESD posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share