09/11/2015
satmiholi.comze.com/showstory.php?id=sosa%20misa&author=manash%20barman
SATMIHOLI সাত মিহ`লী
Articles:- sosa misa
by:-manash barman
“ভা ইটি, অকলে অকলে যে.আমাৰে
কোনোবা এগৰাকীয়ে থৈ আহো
নেকি?” তিনিআলিটো পাৰ হৈ
আহোতেই তাক উদ্দ্যেশি ভাঁহি অহা
শব্দৰ টুকুৰাবোৰ শুনি সি ৰঙা চিঙা
পৰি গ’ল। লগতে শুনিবলৈ পোৱা গ’ল
বিভিন্ন অশ্লীল শব্দৰ টুকুৰা।কাণ দুখন
ভমক ভমক মাৰিবলৈ ধৰিলে। ৯ মান
বজাই নাই, কি যে কু-গ্ৰহত পৰি সি
ইমান দেৰিলৈকে অফিচত আছিল।
মেডামৰ কথা শুনি কামটো শেষ কৰি
আহোতে তাৰ ইমান দেৰি হ’ল।
ইতিমধ্যে অফিচৰ আন সকলো
গৈছিলগৈ।কিন্তু তাৰ আন উপায়ো যে
নাই।মেডামৰ কথা নুশুনিলে তাৰ
চাকৰিলৈ যে টনাটনি লাগিব।
চাকৰিটো সি হেৰুৱাব নোখোজে।
পিছে দিনে দিনে
Articles:- sosa misa by:-manash barman“ভা ইটি, অকলে অকলে যে.আমাৰে কোনোবা এগৰাকীয়ে থৈ আহো নেকি?” তিনিআলিটো পাৰ হৈ আহোতেই তাক উদ্দ্যেশি ভাঁহি অহা শব্দৰ টুকুৰাবোৰ শুনি সি ৰঙা চিঙা পৰি গ’ল। লগতে শুনিবলৈ পোৱা গ’ল বিভিন্ন অশ্লীল শব্দৰ টুকুৰা।কাণ দুখন ভমক ভমক মাৰিবলৈ ধৰিলে। ৯ মান বজাই নাই, কি যে কু-গ্ৰহ…