20/09/2025
ইয়াৰ দ্বাৰা চিমেন চাপৰি ব্যৱসায়ী সন্থাৰ বন্ধু বৰ্গক জনাওঁ যে আজি দিনৰ ১২ বজাত লৈকে বন্ধ ঘোষণা কৰিছিল যদিও অসম চেম্বাৰ অৱ কৰ্মাচৰ তৰফৰপৰা দুদিন বন্ধ ঘোষণা কৰিছে। সেই কাৰণে চিমেন চাপৰি ব্যৱসায়ী সন্থাৰে আজি দিনটো কাৰণে বন্ধ ৰাখিবলৈ সিদ্ধান্ত লোৱা হৈছে।
গতিকে সকলো ব্যৱসায়ীক বন্ধু বৰ্গক আজি দিনটো বন্ধ ৰাখিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। আৰু গধূলি ৬ বজাত চিমেন চাপৰি ব্যৱসায়ী বন্ধু সকলক জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিব বাবে অনুৰোধ জনোৱা হ'ল।
ইতি
চিমেন চাপৰি ব্যৱসায়ী সন্থাৰ